September 11, 2026 8:15 PM
4
তামুলপুৰত আজিৰে পৰা ৩০ দিনীয়া মৌলিক ইলেকট্ৰিচিয়ান প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ
ভাৰত-ভূটান সীমান্তবর্তী অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তামুলপুৰৰ পাৰ্কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সশস্ত্র সীমাবলৰ উদ্যোগত আজিৰে পৰা ৩০ দিনীয়া মৌলিক ইলেকট্ৰিচিয়ান প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অর্ধ শতাধিক নিবনুৱা যুৱকে অংশগ্রহণ কৰা এই বিশেষ দক্ষতা বিকাশ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বেটেলিয়নটোৰ কামাণ্ডেণ্ট এইছ কে গুপ্তাই। কেৰিয়াৰ ইনফ'ৰ ব্যৱস্থাপনা সঞ্চালক অমৰ সিং ব্ৰহ্মৰ লগতে এছ এছ বিৰ বিষয়াবৰ্গ আৰু জোৱানসকলৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত সীমান্তৱৰ্তী পিছ...