April 10, 2024 12:23 PM

views 68

বোপন্না-এবডেনৰ মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ বিশ্বৰ এক নম্বৰ স্থানৰ যুটীটো আজি মণ্টে কার্লো মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ক্ৰ'য়েছিয়াৰ মেট পাৱিক আৰু এল ছালভাডোৰৰ মাৰ্ছেলো এৰেৱলোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৫ বাজি ১০ মিনিটত আৰম্ভ হ'ব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত আজি ভাৰতৰ আন এগৰাকী খেলুৱৈ সুমিত নাগল ডেনমাৰ্কৰ হোগৰ ৰুনেৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে দেওবাৰে নাগল ৪২ বছৰৰ মূৰৰ এই প্ৰতিযোগিতাত মূল পৰ্যায়ত স্থ...

April 6, 2024 7:32 PM

views 62

কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছত ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনৰ খিতাপ অৰ্জন

ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনে কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত মহিলা আৰু পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অনুপমাই আজি আস্তানাত অনুষ্ঠিত ফাইনেলত সতীৰ্থ খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৫, ২১-১৬ গেমত পৰাস্ত কৰে। আনহাতে থাৰুনে মালয়েছিয়াৰ ছুং জু ৱেনক ২১-১০, ২১-১৯ গেমত পৰাজিত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ হস্তগত কৰে। অৱশ্যে ভাৰতৰ সঞ্জয় শ্রীৱছ ধনৰাজ আৰু মনিষা কেৰ যুটিতো মিক্সড ডাবলছৰ ফাইনেলত মালেয়েচিয়াৰ ৱোং টিয়েন চি আৰু লিম চিৱ চিয়েনৰ হাতত ২১-৯, ৭-২১, ১২-২১ গেম...

April 6, 2024 5:27 PM

views 74

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱা ফাইনেলত প্ৰৱেশ

ভাৰতৰ অনুপমা উপাধ্যায় আৰু ঈশাৰাণী বৰুৱাই আস্তানাত চলি থকা কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জ বেডমিণ্টন প্রতিযোগিতাত ফাইনেলৰ বাবে অগ্রগতি লাভ কৰিছে। যোৱা নিশা অনুষ্ঠিত খেলত অনুপমা উপাধ্যায়ে জাপানৰ ছ'ৰানা য়শ্বিকাৱাক আৰু ঈশাৰাণী বৰুৱাই তৃতীয় বাছনিৰ হংকঙৰ ল' ছিন য়ান হেপীক পৰাজিত কৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ তৰুন মান্নেপল্লীয়ে ফাইনেলত প্ৰবেশ কৰিছে। ফাইনেলত তেওঁ অষ্টম বাছনিৰ মালয়েছিয়াৰ খেলুৱৈ ছুং জ' ভেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মিক্সড ডাবলছত ভাৰতীয় যুটী সঞ্জয় শ্রীবাস্তব ধনৰাজ আৰু...

April 6, 2024 5:08 PM

views 75

আই পি এল ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাজিত কৰে। ১৬৬ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ১১টা বল বাকী থকা অৱস্থাতেই ৬ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কি...

April 5, 2024 8:54 PM

views 73

জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ

◊ ৰাষ্ট্ৰীয় চেম্পিয়ন লোৱন চেন্থিলকুমাৰ জাৰ্মান অ’পেন স্কোৱাছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেন্থিলকুমাৰে কালি হেমবার্গত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ অষ্টম বাছনিপ্রাপ্ত জৰ্জ পাৰ্কাৰক ১১-৫, ১১–৮, ৯-১১, ১১-৯ ফলাফলত পৰাস্ত কৰে। এছিয়ান গেম্‌ছত ৰূপৰ পদক বিজেতা চেন্থিল কুমাৰে ৬১ মিনিটত এই বিজয় সাব্যস্ত কৰে। ৱেলাৱন চেন্থিলকুমাৰ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ ইয়ান য়’ব এনজিৰ সন্মুখীন হ'ব। 

April 5, 2024 6:26 PM

views 125

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ vs ছানৰাইজাৰ্ছ হায়দাবাদ

♦আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দাবাদ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব।

April 5, 2024 12:59 PM

views 173

ক্ৰ’ৱেছিয়াত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ ৪গৰাকী খেলুৱৈ

→ ভাৰতৰ চাৰিগৰাকীকৈ খেলুৱৈয়ে ক্ৰ'ৱেছিয়াত অনুষ্ঠিত ডব্লিউ টি টি ফিডাৰ ৱৰ্জদিন টেবুল টেনিছ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত কালি জি সাতিয়ানে জাৰ্মানীৰ ফেলিক্স ৱেটজেলক ৩-১ ফলাফলত পৰাজিত কৰাৰ বিপৰীতে স্নেহিড সূৰৱাজ্জুলাই কাজাখস্তানৰ সাঝাৰ যুবান’ভক ৩-০ আৰু হৰমিত দেশায়ে দক্ষিণ কোৰিয়াৰ চো কীজঙক ৩-১ ফলাফলত পৰাভূত কৰে। একেদৰে মহিলাৰ ছিংগলছত ভাৰতৰ যশস্বিনী ঘোৰপড়েই ক্ৰ'ৱেছিয়াৰ মাটেজা জেগৰক ৩-০ পোনপটীয়া গেমত পৰাজিত কৰে। জি সাতিয়ান আৰু মণিকা বাঢ়াৰ ভাৰতীয় যুটি...

April 5, 2024 12:32 PM

views 139

কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্বে মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ কাজাখস্তান ইণ্টাৰনেচনেল চেলেঞ্জত ভাৰতৰ বেডমিণ্টন খেলুৱৈ অনমোল খাৰ্বে মহিলা ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে ইউ এ ইৰ নুৰাণী ৰাষ্ট্ৰ আজাৰাক ২১-১১,২১-৭ পোনপটীয়া গেমত পৰাস্ত কৰে। অনমোলৰ লগতে দেৱীকা সিহাগ, পূৰ্বৰ ৰাষ্ট্ৰীয় চেম্পিয়ন অনুপমা উপাধ্যায়, সপ্তম বাছনিৰ তন্যা হেমন্ত আৰু ঈশাৰাণী বৰুৱায়ো কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ মিক্সড ডাবলছ শাখাত ৰোহন কাপুৰ আৰু ৰুথভিজা শিৱানী, অভিউদয় চৌধাৰী আৰু বৈষ্ণৱী খাদকেকাৰ, সঞ্জয় শ্রীবাস্তৱ ধনৰাজ আৰু মণিষা কে আৰু ঝাকো চেয...

April 4, 2024 1:30 PM

views 60

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS পাঞ্জাব কিংছ

♦ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইফালে, কলকাতা নাইট ৰাইডার্হে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ১০৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৭২ ৰান কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩৯টা বলত ৮৫ ৰান আৰু অংকৃষ ৰঘুবংশীয়ে ২৭টা বলত ৫৪ ৰান কৰে। প্ৰত্যুত্তৰত লেহি কেপিট...

April 4, 2024 12:18 PM

views 110

ক্ৰ’ৱেছিয়াত আজিৰে পৰা ডব্লিউ টি টি ফিডাৰ ভাৰাজ্জিন টেবুল টেনিছ প্ৰতিযোগিতা

♦ ক্ৰ'ৱেছিয়াত আজিৰ পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ফিডাৰ ভাৰাজ্জিন টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাত ভাৰতৰ ছাথিয়ান জ্ঞানচেকৰণ আৰু মণিকা বাট্রাকে ধৰি ভালেকেইগৰাকী আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ছাথিয়ানৰ সৈতে পুৰুষৰ ছিংগলছত পায়ছ জৈন, হৰমিত দেশাই আৰু স্নেহিত সূৰভাৰ্জ্জুলাই প্রতিদ্বন্দ্বিতা কৰিব। ইপিনে মহিলাৰ ছিংগলছত ৰীথ টেনিছন আৰু য়ছশ্বিনী ঘোৰপাড়ে ভাগ ল'ব। প্রতিযোগিতাৰ মিক্সড ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ছাথিয়ান জ্ঞানচেকৰণ আৰু মণিকা বাট্ৰাৰ যুটিটো অৱতীৰ্ণ হোৱাৰ বিপৰীতে পুৰুষৰ ডা...