আৰ্ছাৰী বিশ্বকাপ ২০২৪ আজি চীনৰ ছাংঘাইত আৰম্ভ হ’ব। ৩ বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা দিপিকা কুমাৰীয়ে এই প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰ গুৰি ধৰিব। ভাৰতে ২৩ৰ পৰা ২৮ এপ্ৰিললৈ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে এটা ১৬ জনীয়া দল প্ৰেৰণ কৰিছে।
Assamese | April 23, 2024 8:28 PM | Archery | SPORTS
আজিৰে পৰা চীনৰ ছাংঘাইত আৰ্ছাৰী বিশ্বকাপ ২০২৪ আৰম্ভ