October 7, 2026 11:56 AM
10
উচ্চতম ন্যায়ালয়ত অহা ৬ নৱেম্বৰত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিনৰ শুনানি গ্ৰহণ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে অহা ৬ নৱেম্বৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদন দুখনৰ শুনানি একেলগে গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ে কালি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা জামিন আবেদনখনৰ শুনানি গ্রহণ কৰে। চৰকাৰী আৰু অভিযুক্ত পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী জাৰি কৰে। আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সৈতে সংযুক্ত কৰে। ইপিনে, শিল্প...