জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্যগ্রহণ অব্যাহত আছে। সাক্ষ্য প্ৰদানৰ বাবে আজি প্রবাসী অসমীয়া দেৱজিৎ হাজৰিকা ইতিমধ্যে আদালতত হাজিৰ হৈছে। আদালতৰ মজিয়াত হাজৰিকাৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ইতিপূৰ্বে ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী আৰু প্ৰতিম লহকৰে সাক্ষ্য প্ৰদান কৰিছে।
Assamese | September 16, 2026 1:01 PM | Jubin Garg Death
ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্রবাসী অসমীয়াৰ সাক্ষ্যগ্রহণ অব্যাহত