October 28, 2026 7:56 PM
8
দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে কণ্টেইনাৰ নিৰ্মাণ প্ৰসাৰ আঁচনিত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন
কেন্দ্ৰীয় মন্ত্রীসভাই দেশৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে কণ্টেইনাৰ নিৰ্মাণ প্ৰসাৰ আঁচনিত অনুমোদন জনাইছে। ২০৩৯-৪০ বিত্তীয় বৰ্ষলৈকে মুঠ ১৩ বছৰৰ বাবে এই আঁচনিখনৰ ব্যয় ১০ হাজাৰ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ইফালে, ভাৰতক উচ্চ মানৰ ক্ৰীড়া সামগ্ৰীৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও খেলো ইণ্ডিয়াৰ সামগ্ৰী নিৰ্মাণ আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত আজি বিয়লি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই আঁচনিৰ বাবদ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩৩-৩৪ বৰ্ষলৈ ৮...