August 13, 2026 4:42 PM

views 12

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত হ'বলগীয়া গ্রুপ পৰ্যায়ৰ অন্তিমখন খেলত বড়োলেণ্ড এফ চি, কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। বড়োলেণ্ড এফ চিয়ে আজিৰ খেলখনত কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিক বৃহৎ ব্যৱধানত পৰাস্ত কৰিব পাৰিলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰিব। অৱশ্যে প্ৰথম দুখন খেলত পৰাভূত হৈ নকআউটৰ সমীকৰণৰ পৰা বাহিৰ হোৱা কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিৰ বাবে আজিৰ খেলখন গুৰুত্বহীন।

August 13, 2026 4:13 PM

views 10

August 10, 2026 1:32 PM

views 30

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান এফ চি ৰেংদাৰ

এফ চি ৰেংদায়ে মোহন বাগান ছুপাৰ জায়েন্‌ট্ৰৰ পাছতে দ্বিতীয়টো দল হিচাপে ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্রুপ ডিৰ খেলৰ পৰা শীর্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। প্রথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে ৬ পইন্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্রাও এফ চিয়ে ভাৰতীয় নৌসেনা দলক ২-১ গ'লত পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰত...

July 11, 2026 8:32 PM

views 19

ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন

ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ ১৩৫ সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা ৩১ জুলাইত আৰম্ভ হ'ব। ২৩ আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। ৩১ জুলাইৰ পৰা ২০ আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত ৬ খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ ৮ খন খেল অনুষ্ঠিত হ'ব। তিনিটা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছেহ স্পর্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংছনিং ক্লাবে মেঘালয়ক প্রতিনিধিত্ব কৰিব।

July 7, 2026 6:07 PM

views 25

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেছিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্রতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্রতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে, নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্রতিযোগিতাক পূৰ্বতকৈ অধিক...

July 2, 2026 6:25 PM

views 21

২৫ জুলাইৰ পৰা আৰম্ভ হ’ব ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অহা ২৫ জুলাইত কলকাতাত আৰম্ভ হ'ব। ২৩ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণ আৰু কিশোৰ ভাৰতী ক্রীড়াংগণত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ২৬ জুলাইৰ পৰা ১৬ আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ...

July 2, 2026 12:37 PM

views 19

অহা ২৫ জুলাইত কলকাতাত ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা আৰম্ভ

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতা অহা ২৫ জুলাইত কলকাতাত আৰম্ভ হ'ব। ২৩ আগষ্টলৈ চলিবলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হোৱাৰ উপৰি বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণ আৰু কিশোৰ ভাৰতী ক্রীড়াংগণত দুখনকৈ কোৱাৰ্টাৰ ফাইনেল, এখন ছেমি ফাইনেল আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত এইবাৰ প্ৰথমবাৰৰ ডুৰাণ্ড কাপৰ আয়োজন কৰা হৈছে। ৰাঁচীৰ বীৰছা মুণ্ডা ষ্টেডিয়ামত ২৬ জুলাইৰ পৰা ১৬ আগষ্টলৈ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ...

August 20, 2025 12:21 PM

views 42

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি

যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে কালি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্রথমখন ছেমিফাইনেলত শ্বিলং লাজং এফ চিক ১-০ গ’লত পৰাস্ত কৰে। নৰ্থ ইষ্টৰ হৈ ৰিদিম লাঙে বিজয়সূচক গ’লটো দিয়ে।

August 19, 2025 6:24 PM

views 54

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

 সেনাবাহিনীয়ে আয়োজন কৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত খেলখন অলপ পাছতে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক ৩-০ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।

August 18, 2025 12:43 PM

views 53

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত ইষ্ট বেংগলৰ হাতত মোহন বাগান ছুপাৰ জায়েণ্টে ২-১ৰ ব্যৱধানত পৰাস্ত

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত কালি ইষ্ট বেংগলে মোহন বাগান ছুপাৰ জায়েণ্টেক ২-১ৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে জামছেদপুৰৰ জে আৰ ডি টাটা স্পর্টছ কমপ্লেক্সত অনুষ্ঠিত আন এখন কোৱাৰ্টাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ এফ চিয়ে জামছেদপুৰ এফ চিক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে মোহন বাগানে অষ্টাদশবাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইষ্ট বেংগলে নিজৰ সপ্তদশ খিতাপৰ বাবে অৱ...