September 3, 2026 7:46 PM
14
মুছলপুৰত আজি বিজেপি আৰু বিপিএফ দলৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত
বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি জিলা সাংস্কৃতিক প্রকল্প প্রেক্ষাগৃহত বিজেপি আৰু বিপিএফ দলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিটিচিৰ উন্নয়নৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি বিজেপি দলৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ ওচৰলৈ নিয়াৰ কথা সদৰি কৰে। শ্ৰীমহিলাৰীয়ে বিটিচিৰ উপ-নির্বাচনত বিজেপিৰ দখলত থকা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি মন্তব্য কৰে। ইফালে, ইউ পি পি এলে, বি পি এফৰ চিণ্ডিকেট আৰু অৰুণোদয় আঁচনিত দুর্নীতি হোৱা বুলি কৰা অভিযোগ হাগ্ৰামা মহিলাৰীয়...