December 9, 2024 2:27 PM
77
আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত আলোচনা
আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যক্ষ্মা বিভাগৰ ডি ডি জি অধ্যাপক ঊর্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ পালমুনাৰী চিকিৎসা বিভাগৰ অধ্যাপক ডা০ বিজয় হাড্ডাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক যক্ষ্মা ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভ...