ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে কাইলৈৰ পৰা বিশেষ ব্যৱস্থাৰ সূচনা কৰিছে। সেই অনুসৰি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি পাৰস্পৰিক বদলিকৰণৰ পোৰ্টেল স্বাগত সতীর্থ মুকলি কৰা হ’ব। কৰ্মচাৰীসকলে চাকৰি কালত দুবাৰকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব।
Assamese | December 31, 2024 1:41 PM | state govt
ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা