February 4, 2025 12:03 PM
28
ছিংগাপুৰ স্মেছ বিশ্ব টেবুল টেনিছ প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰত আজি ভাৰতৰ মানুষ শ্বাহ-দিয়া চিতালৰ যুটি
ছিংগাপুৰত অনুষ্ঠিত ছিংগাপুৰ স্মেছ বিশ্ব টেবুল টেনিছ প্রতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতৰ মানুষ শ্বাহ আৰু দিয়া চিতালে- মেক্সিকোৰ মাৰ্কছ মেড্ৰিড আৰু অৰান্তছা কোছিঅ’ যুটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ হ'ব। আনহাতে মহিলাৰ দ্বৈত শাখাত ভাৰতৰ অহিকা মুখার্জী আৰু সুতিৰ্থা মুখার...