খেল

January 29, 2025 8:11 PM

views 27

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি দ্বিতীয় দিন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি দ্বিতীয় দিনা বিভিন্ন শাখাৰ অৰ্হতা অৰ্জনকাৰী খেলসমূহ সম্পন্ন হয়। মহিলাৰ দহ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত হাৰিয়ানাৰ ৰমিতা জিন্দালে আজি নতুন বিশ্ব অভিলেখ স্থাপন কৰে। তেওঁ ৬৩৪ দশমিক ৯ পইণ্ট সংগ্ৰহ কৰি পেৰিছ অলিম্পিকত কোৰিয়াৰ বান হাঅ'জিনৰ ...

January 29, 2025 11:41 AM

views 52

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে এথলিট পেতে অংশগ্ৰহণ কৰি একতা আৰু ক্রীড়া বিদ্যা প্ৰদৰ্শন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে দেৱভূমি উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় ক্রীড়া আয়োজন কৰাৰ ...

January 28, 2025 9:04 PM

views 24

মহাৰাণা প্রতাপ ষ্টেডিয়ামত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত আজি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰী...

January 28, 2025 7:37 PM

views 56

নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা

আন্তর্জাতিক ক্রিকেট পৰিষদ, আই চি চিয়ে নিউজিলেণ্ডৰ এমিলিয়া কেৰক আই চি চি বছৰটোৰ শ্রেষ্ঠ মহিলা ক্রিকেটাৰ হিচাপে ঘোষণা কৰিছে। বিগত বৰ্ষৰ ভাল প্ৰদৰ্শন কৰা মহিলা ক্রিকেট খেলুৱৈসকলৰ মাজৰ পৰা নিউজিলেণ্ডৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীক এই সন্মানৰ বাবে বাচনি কৰা হয়। এমিলিয়া কেৰ হৈছে আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ সন্...

January 27, 2025 8:27 PM

views 24

যশপ্রীত বুমৰালৈ বৰ্ষশ্রেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা

ভাৰতৰ দ্ৰুতবেগী তাৰকা বলাৰ যশপ্রীত বুমৰালৈ ২০২৪ বৰ্ষৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বৰ্ষশ্রেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা আগবঢ়োৱা হৈছে। যোৱাটো বৰ্ষত বুমৰাই ১৩ খন টেষ্ট ক্রিকেট খেলত অংশগ্ৰহণ কৰি ৩৫৭ অভাৰ বলিং কৰি ১৪ দশমিক ৯ – ২ গড়েৰে ৭১ টা উইকেট দখল কৰে। তেওঁৰ এই অনবদ্য প্ৰদৰ্শনৰ বাবে তেওঁলৈ ...

January 27, 2025 8:19 PM

views 62

কাইলৈ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত কাইলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত হবলগীয়া বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানত শ্রীমোদীৰ লগতে কমনৱেলথ গেমছ ফেডাৰেচনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং, মুখ্যমন্ত্রী...

January 27, 2025 3:58 PM

views 53

ইণ্ডিয়ান ছুপাৰ লীগত মহম্মেদান এছ চিক ৩-০ গ’লত পৰাস্ত মুম্বাই চিটি এফ চিৰ

মুম্বাইত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগৰ এখন খেলত কালি নিশা মুম্বাই চিটি এফ চিয়ে মহম্মেদান এছ চিক ৩-০ গ'লত পৰাস্ত কৰে। মুম্বাইৰ হৈ গৌৰৱ বৰা অ' জি, ললিয়ানজুৱালা ছাংটে আৰু থায়েৰ ক্রৌমাই এটাকৈ গ'ল দি দলটোৰ জয় নিশ্চিত কৰে। আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত বেংগালুৰু এফ চিৰ বিৰুদ্ধে মোহন বাগ...

January 27, 2025 3:43 PM

views 62

মহিলা হকী ইণ্ডিয়া লীগৰ ফাইনেলত ওড়িশা ৱাৰিয়ছৰ উদ্বোধনী সংস্কৰণৰ খিতাপ দখল

ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা এষ্ট্র’ টার্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা হকী ইণ্ডিয়া লীগৰ ফাইনেলত কালি ওড়িশা ৱাৰিয়ছে জে এছ ডব্লিউ ছুৰ্মা হকী ক্লাবক ২-১ গ'লত পৰাস্ত কৰি উদ্বোধনী সংস্কৰণৰ খিতাপ দখল কৰে। বঁটা প্ৰদান অনুষ্ঠানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ওড়িশা ৱাৰিয়ৰৰ অধিনায়ক ...

January 27, 2025 3:38 PM

views 46

একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা জানিক ছিনাৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত

মেলবৰ্ণৰ ৰড লেভাৰ এৰেনাত কালি অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খেলত আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৭-৬, ৬-৩ ছেটত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ইটালীৰ ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ১৯৯২-৯৩ বৰ্ষত জিম কুৰিয়ৰৰ পিছত একাধিক অষ্ট্ৰেলিয়ান অ'পেন খিতাপ জয় কৰা আটা...

January 27, 2025 3:13 PM

views 60

১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত ভাৰত ছেমি ফাইনেলত প্ৰৱেশ

কুৱালালামপুৰৰ বায়ুৱেমাছ অ’ভেল ষ্টেডিয়ামত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপত কালি ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জিকি ভাৰতে প্ৰথমে বাংলাদেশক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। বেটিং আৰম্ভ কৰি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৬৪ ৰানহে সংগ্ৰহ কৰিব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।