খেল

January 26, 2025 9:08 PM

views 49

মহিলাৰ ১৯ বছৰৰ অনূর্ধ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেটত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

মহিলাৰ ১৯ বছৰৰ অনূর্ধ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কুৱালালামপুৰৰ বায়ুৱেমাছ অভেল ষ্টেডিয়ামত দেওবাৰে আয়োজিত এখন খেলত ভাৰতে বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনত প্ৰথমে বেট ধৰি বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ৬৬ ৰাণ সং...

January 26, 2025 11:44 AM

views 29

৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ভাৰতৰ দুই উইকেটত পৰাস্ত

ভাৰতে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চলিত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে দুই উইকেটত পৰাস্ত কৰে। ভাৰতে ১৬৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ২ টা বলত ৮টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ তিলক বাৰ্মাই ৫৫টা বল...

January 25, 2025 12:32 PM

views 29

চেন্নাইত আজি ভাৰত-ইংলেণ্ডৰ দ্ৱিতীয় টি২০ মেচ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতৰ দলটোৱে ইতিমধ্যে শৃংখলাটোত ১-শূন্য অগ্রগতি লাভ কৰিছে। শৃংখলাৰ প্ৰথমখন খেলত বুধবাৰে কলকাতাত ঘৰুৱা দলটোৱে আলহী দলটোক ...

January 24, 2025 1:07 PM

views 20

ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ

গুৱাহাটী ক্রীড়া সন্থাই আসন্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ ফুটবল খেলুৱৈসকলৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি অনুযায়ী বৰদলৈ ট্ৰফীত উন্নত প্ৰদৰ্শন কৰা ১৯ বছৰ অনুর্ধ খেলুৱৈৰে গঠিত এটা দলক উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ বাবে স্পেইনলৈ প্ৰেৰণ কৰা হ'ব। বি চি চি ...

January 23, 2025 11:53 AM

views 28

ভাৰত-ইংলেণ্ডৰ টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৭ উইকেটত জয়লাভ ভাৰতৰ

ভাৰতে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত ৫খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক জ’ছ বাটলাৰে ৪৪টা বলত সৰ্বাধিক ৬৮ ৰান কৰে। ভাৰতৰ...

January 22, 2025 8:14 PM

views 61

ইডেন গার্ডেনছত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গার্ডেনছত বৰ্তমান চলি আছে। পাঁচখন খেলৰ এই শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় দলত প্রবীণ পেচ বলাৰ মহম্মদ ছামিৰ প্ৰত্যাৱৰ্তন ঘটিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে...

January 22, 2025 12:15 PM

views 32

কলকাতাত আজি ভাৰত-ইংলেণ্ডৰ টি২০ শৃংখলাৰ প্ৰথমখন খেল

কলকাতাৰ ইডেন গার্ডেনত আজি সন্ধিয়া হ'বলগীয়া পাঁচখন টি ২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত পৰাজয়ৰ পিছত ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টি২০ আৰু তিনিখন এদিনীয়া খেল খেলিব। প্রবীণ পেচ বলাৰ মহম্মদ ছাম...

January 22, 2025 12:13 PM

views 21

ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি ভাৰতৰ পি ভি সিন্ধু আৰু ভিয়েটনামৰ টি এল নগুয়েনৰ খেল

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত আজি মহিলাৰ ছিংগলছত ভাৰতৰ প্রবীণ শ্বাটলাৰ পি ভি সিন্ধু ভিয়েটনামৰ টি এল নগুয়েনৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময়মতে আবেলি ৪ বাজি ৪০ মিনিটত আৰম্ভ হ'ব। আনহাতে লক্ষ্য সেনে ৰাউণ্ড ৩২ ইভেণ্টত জাপানৰ টাকুমা ওবায়াচীৰ মুখামুখি হ'ব। খেলখন সন্ধিয়...

January 21, 2025 9:15 PM

views 24

মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ৱ টি২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ১০ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে আজি কোৱালালামপুৰত অনুষ্ঠিত মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ৱ টি২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত আয়োজক দেশ মালয়েছিয়াই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ১৪ অভাৰ আৰু তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৩১ ৰান কৰে। ভাৰতৰ হৈ বৈষ্ণৱী শৰ্মাই ৫টা উইকেট দখল কৰে ...

January 21, 2025 9:14 PM

views 19

অষ্ট্ৰেলিয়ান অ’পেন টেনিছ প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পাউলা বাদ’ছাই

অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্রতিযোগিতাৰ ১১ নম্বৰ বাছনিৰ খেলুৱৈ পাউলা বাদ'ছাই আজি বিশ্বৰ তৃতীয় বাছনিৰ খেলুৱৈ ক'ক' গোফক ৭-৫, ৬-৪ ছেটত পৰাজিত কৰি মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰ'ড লেভাৰ এৰেনাত অনুষ্ঠিত এই খেলখনত বাদুছাই গোফক এঘণ্টা ৪৩ মিনিটৰ সময়ছোৱাত পৰাজিত কৰে। পুৰুষৰ ছিংগলছত বিশ্বৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।