January 18, 2025 8:38 PM
46
আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ১৫ জনীয়া দল ঘোষণা
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। কুলদীপ যাদৱ, যশপ্রীত বুমৰা আৰু মহম্মদ শ্বামীক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিবলগীয়া এই দলটোত সুভমন গীল, যশস্ব...