খেল

January 21, 2025 11:52 AM

views 59

ইণ্ডিয়া লীগ প্রতিযোগিতাত জে এছ ডব্লিঅ’ ছুৰমা হকী ক্লাৱৰ হাতত শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছ পৰাস্ত

ৰুৰকেল্লাৰ বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত কালি অনুষ্ঠিত পুৰুষৰ হকী ইণ্ডিয়া লীগ প্রতিযোগিতাৰ এখন খেলত জে এছ ডব্লিঅ' ছুৰমা হকী ক্লাৱে শ্ৰাচী ৰাড় বেংগল টাইগাৰ্ছক ২-১ গ'লত পৰাস্ত কৰে। জে এছ ডব্লিঅ' ছুৰমাৰ হৈ প্রাভজ্যোত সিং আৰু মনিন্দ সঙে গ'ল দিয়ে। ইপিনে যুগৰাজ সিঙে শ্রাচী ৰাড় বেংগল টাইগাৰ্ছৰ হৈ একমাত্...

January 21, 2025 11:31 AM

views 31

আই এছ এলত আজি চেন্নাইয়ান ফুটবল ক্লাব, মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি

চেন্নাইত হ'বলগীয়া ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত চেন্নাইয়ান ফুটবল ক্লাবে মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে খেলিব। চেন্নাইয়ান ফুটবল ক্লাবে ১৬ খন খেল খেলি ১৭ পইণ্টেৰে তালিকাৰ দশম স্থানত আছে। ইপিনে মোহন বাগান ছুপাৰ জায়েণ্ট ৩৬ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে। উল্লেখযোগ্য যে আই এ...

January 21, 2025 11:25 AM

views 63

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত মালয়েছিয়াৰ মুখামুখি

মহিলাৰ ১৯ বছৰ অনুৰ্ধৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয় সংস্কৰণৰ গ্রুপ-এৰ এখন খেলত আজি, যোৱাবাৰৰ চেম্পিয়ন ভাৰত মালয়েছিয়াৰ মুখামুখি হ'ব। খেলখন দুপৰীয়া কুৱালালামপুৰৰ বেয়ুমাছ অভেল ষ্টেডিয়ামত আৰম্ভ হ'ব। গ্ৰুপ-এৰ আন এখন খেলত ৱেষ্ট ইণ্ডিজে শ্রীলংকা বিৰুদ্ধে খেলিব। খেলখন নিশ...

January 20, 2025 8:08 PM

views 20

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ

কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত আজিৰে পৰা বড়োলেণ্ড ক্রীড়া সমাৰোহৰ তৃতীয় সংস্কৰণ আৰম্ভ হৈছে। বিটিচি ক্রীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত এই ক্রীড়া সমাৰোহ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে উদ্বোধন কৰে। এই ক্রীড়া সমাৰোহত বিটিআৰৰ ৫ খন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰিৰ প্রায় এহেজাৰ ক্রীড...

January 20, 2025 1:19 PM

views 46

আই চি চিৰ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত জয়েৰে ভাৰতৰ অভিযান আৰম্ভ

আই চি চিৰ ১৯ বছৰ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱাবাৰৰ বিজয়ী ভাৰতে জয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। কালি কোৱালালামপুৰত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজে বান্ধি দিয়া ৪৫ ৰানৰ লক্ষ্য ভাৰতে মাত্র ৪ অভাৰ আৰু ২ টা বলত এটা উইকেট হেৰুৱায়ে অতিক্ৰম কৰে। দুই অভাৰত ৫ ৰান ব্যয় কৰি দুটা উইকেট...

January 20, 2025 1:06 PM

views 41

খো খো বিশ্বকাপৰ উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতৰ ইতিহাস ৰচনা

প্ৰথমবাৰলৈ অনুষ্ঠিত খো খো বিশ্বকাপৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ভাৰতে ইতিহাস ৰচনা কৰিছে। ভাৰতীয় পুৰুষ দলটোৱে ফাইনেলত নেপালক ৫৪-৩৬ পইণ্টৰ ব্যৱধানত আৰু মহিলা দলে নেপালকেই ৭৮-৪০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাত অদমনীয় প্ৰদৰ্শনেৰে ভাৰতৰ পুৰুষ দলটোৱে গ্ৰ...

January 19, 2025 9:18 PM

views 26

ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলৰ খো খো বিশ্বকাপ ২০২৫ৰ খিতাপ দখল

ইতিহাস ৰচি ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলে খো খো বিশ্বকাপ ২০২৫ৰ উদ্বোধনী খিতাপ দখল। দুয়োটা দলে  ফাইনেলত নেপালক পৰাস্ত কৰে।  নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ২০২৫ৰ অন্তিমখন খেলত নেপাল মহিলা দলৰ বিৰুদ্ধে ৭৮-৪০ ব্যৱধানত  জয় নিশ্চিত কৰে টিম ইণ্ডিয়াই। পুৰুষৰ দলটোৱে চু...

January 19, 2025 12:12 PM

views 29

খো-খো বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দল

ভাৰতৰ পুৰুষ আৰু মহিলা উভয় দলে খো-খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় পুৰুষ দলে কালি দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাক ৬২-৪২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰত আজি ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেপালে ...

January 19, 2025 12:11 PM

views 30

ভাৰতৰ অংকিতা ৰাঈনা আৰু ব্ৰিটেইনৰ নাইকথা বেইনছৰ ITF W50 প্রতিযোগিতাৰ খিতাপ দখল

ভাৰতৰ টেনিছ তাৰকা অংকিতা ৰাঈনা আৰু ব্ৰিটেইনৰ নাইকথা বেইনছে ITF W50 প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ফাইনেল খেলখনত যুটিটোৱে আমেৰিকাৰ চতুৰ্থ বাছনিৰ জেছি এনে আৰু জেছিকা ফাইল্লাক ৬-৪, ৩-৬, ১০-৮ ছেটত পৰাস্ত কৰে। এয়া হৈছে অংকিতাৰ প্ৰথমটো ডাবলছৰ খিতাপ৷

January 19, 2025 12:10 PM

views 26

আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া শৃংখলাৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আই চি চি চেম্পিয়নছ ট্ৰফী আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিছে। এদিনীয়া দললৈ কুলদীপ যাদৱ আৰু মহম্মদ ছামীৰ প্ৰত্যাৱৰ্তন ঘটিছে। যশপ্রীত বুমৰাকো চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ বাবে দলত অন্তর্ভুক্ত কৰা হৈছে। ৰোহিত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।