খেল

January 8, 2025 1:51 PM

views 51

হকী ইণ্ডিয়া লীগ এইচ আই এলত আজি ইউ পি ৰুদ্ৰাছ হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগ এইচ আই এলত যোৱা নিশা ৰৌৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত বেদান্ত কলিংগা লেন্সাৰচে শাচি ৰাৰহ বেংগল টাইগাছক ৬-০ গ'লত পৰাস্ত কৰে। লেন্সাৰ্ছৰ হৈ থিয়ৰী ব্ৰিংকমেনে প্রথম তিনি মিনিটত এটা আৰু ৪৭ মিনিটত আন এটা গ'ল দিয়ে। টেবুল টপাৰ দল হোৱাৰ পিছতো বেংগল টাইগাৰছে লেন্সাৰৰ সৈতে মোকাবিলা কৰিব...

January 8, 2025 1:32 PM

views 31

আজিৰে পৰা গোলাঘাট অ’পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ তত্বাৱধানত গোলাঘাট টেনিছ ক্লাৱে আয়োজন কৰা গোলাঘাট অ'পেন সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্রতিযোগিতাখন আজি আৰম্ভ হ'ব। ল'ৰাৰ ছিংগলছত ক্ৰমে ১০, ১২, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ লগতে ছোৱালীৰ ছিংগলছত ক্ৰমে ১০, ১৪ আৰু ১৮ বছৰ অনুৰ্দ্ধৰ ইভেণ্টত প্ৰতিযোগিতাৰ খেলসমূহ অহা ১২ জানুৱাৰীলৈ গোলাঘাট টেনিছ ...

January 8, 2025 1:30 PM

views 59

নতুন দিল্লীত ১৩ পৰা ১৯ জানুৱাৰীলৈ খো খো বিশ্বকাপ ২০২৫

খো খো বিশ্বকাপ ২০২৫, ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড'ৰ ষ্টেডিয়ামত,অনুষ্ঠিত হ'ব । ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া খো খো প্রতিযোগিতাৰ উদ্বোধনী সংস্কৰণত ২০ টা পুৰুষৰ দল আৰু ১৯টা মহিলাৰ দলে প্রতিদ্বন্দ্বিতা কৰিব। পুৰুষ আৰু মহিলা উভয় শাখাৰ বাবে গ্ৰুপ পৰ্...

January 6, 2025 7:27 PM

views 34

আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫জনীয়া মহিলা ক্রিকেট দল ঘোষণা

অহা ১০ জানুৱাৰীৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড-বিচিচিআইয়ে ১৫ জনীয়া ভাৰতীয় মহিলা ক্রিকেট দলটো ঘোষণা কৰিছে। অধিনায়ক হৰমন প্রীত কৌৰ আৰু প্ৰধান পেচ ব'লাৰ ৰেণুকা সিঙক এই শৃংখলাত জিৰণি দিয়া হৈছে। তাৰ পৰিৱ...

January 6, 2025 6:18 PM

views 29

ইংলেণ্ডৰ বার্মিংহামত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্রতিযোগিতাত আনাহত সিঙৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমি ফাইনেলত মালিকা এল ক...

January 6, 2025 12:23 PM

views 17

ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ’পেন স্কোৱছ প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ আনাহত সিং

ভাৰতৰ আনাহত সিঙে ইংলেণ্ডৰ বার্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অ'পেন স্কোৱছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কালি ১৭ বছৰ অনূৰ্ধ্বৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত আনাহত সিঙে ইজিপ্তৰ ৰুকায়া চেলেমক ৩-১ ফলাফলত পৰাস্ত কৰে। ফাইনেলত আনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সীৰ মুখামুখি হ'ব। ছেমিফাইনেলত মালিকা এল ...

January 6, 2025 12:17 PM

views 25

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰৰ সোণৰ পদক

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰে সোণৰ পদক লাভ কৰিছে। কালি নতুন দিল্লীৰ ডাঃ কর্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত তেওঁ এই পদক লাভ কৰে। বৰুণ টোমাৰৰ সতীৰ্থ প্ৰধ্যুম সিঙে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ৰাজস্থানৰ আকাশ ভৰদ্বাজে ব্ৰঞ্জৰ পদক ...

January 5, 2025 8:50 PM

views 63

ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাত  পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি

ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ আজি নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হৈছে।  প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত এতিয়ালৈকে দুয়োটা দল ৩ বাৰকৈ মুখামুখি হৈছে। ইয়াৰ ভিতৰত পাঞ্জাৱ এফ চিয়ে দুখনত আৰু কেৰালা ব্লাষ্টাৰ্ছে এখনত জয়লাভ কৰে। প...

January 5, 2025 8:48 PM

views 51

বিচিচিআইৰ শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা

ভাৰতৰ বিশেষভাৱে সক্ষম ক্রিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাচনি কমিটিয়ে আজি শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। অহা ১২ জানুৱাৰীৰ পৰা শ্ৰীলংকাত এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিক্ৰান্ত ৰবীন্দ্ৰ কেনিক ভাৰতীয় দলৰ অধিনায়ক হিচাপে বাচনি কৰা হৈছে। ২০১৯ চনত পোনপ্ৰথম...

January 5, 2025 8:06 PM

views 45

শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলৰ সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ লাভ

নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্রীড়া বৰ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিছে। প্ৰথম একক খেলত আৰ এছ বি, শ্বিলঙৰ অমোলিকা সিং চিছোদিয়াই বিভা কুমাৰীক ২১-১১, ২১–১২ ব্যৱধানত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।