December 31, 2024 1:39 PM
44
শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন
শিৱসাগৰ টেনিছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত শিৱসাগৰ মুকলি টেনিছ প্রতিযোগিতাত আৰাইনা টি আহমেদ আৰু নিব্ৰাজ কে হুছেইনে খিতাপ অর্জন কৰিছে। ছোৱালীৰ ১২ আৰু ১৪ বছৰ অনুৰ্দ্ধৰ ফাইনেলত শিৱসাগৰৰ আৰাইনাই গোলাঘাটৰ দিবান্ধতী তামুলীক হৰুৱাই খিতাপ দখল কৰে। ১৪ বছৰ অনুৰ্ধৰ ছিংগলছৰ ফাইনেলত শিৱসাগৰৰ নিৱাছে গুৱাহাটীৰ চন্দ্ৰশে...