বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্রিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগ আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰপেটা আৰু বজালী জিলাৰ মাজত অনুষ্ঠিত আজিৰ উদ্বোধনী খেলত বৰপেটা জিলাই জয়লাভ কৰে।
Assamese | March 28, 2025 6:33 PM | Cricket
বৰপেটাত আজিৰে পৰা ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্রিকেট প্ৰতিযোগিতা আৰম্ভ