খেল

May 4, 2025 8:40 PM

views 71

বিহাৰৰ পাটনাত খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২৫ আৰম্ভ

বিহাৰৰ ৰাজধানী পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকর্ষণীয় অনুষ্ঠানেৰে খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২৫ আৰম্ভ হৈছে। অহা ১৫ মে'লৈ হ'বলগীয়া এই প্ৰতিযোগিতাত ১৮ বছৰ অনুৰ্থ ৮৫০০ ৰো অধিক প্ৰতিভাবান খেলুৱৈয়ে ২৮ টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভগলপুৰ আৰু বেগুচ...

May 4, 2025 11:56 AM

views 76

আই পি এল ক্রিকেটঃ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছক ২ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে চেন্নাই ছুপাৰ কিংছক ২ ৰানত পৰাস্ত কৰে। বেংগালুৰুৱে প্ৰথমে বেট ধৰি ৰোমাৰিঅ' ছেফাৰ্ডৰ আকৰ্ষণীয় অর্ধশতকৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২১৩ ৰান সংগ্ৰহ কৰে। ছেফার্ডে ১৪ টা বল...

May 4, 2025 11:51 AM

views 71

বিহাৰৰ পাটনাত খেল’ ইণ্ডিয়া যুৱ ক্রীড়া মহোৎসৱ ২০২৫

বিহাৰৰ ৰাজধানী পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকর্ষণীয় অনুষ্ঠানেৰে খেল' ইণ্ডিয়া যুৱ ক্রীড়া মহোৎসৱ ২০২৫ আৰম্ভ হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই এই মহোৎসৱৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বার্তাযোগে প্রতিযোগিতাত ...

May 3, 2025 12:23 PM

views 87

IPL: সন্ধিয়া ৭.৩০ বজাত চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আই পি এল ক্রিকেটত কালি নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৮ ৰানত পৰাস্ত কৰে। খেলখনত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২২৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে ৩৮টা বলত ৭৬ ৰান আৰু জোছ বাটলাৰে ৩৭টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ হৈ জ...

May 2, 2025 12:19 PM

views 72

IPL : সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ ছানৰাইৰাৰ্ছ হায়দাবাদৰ মুখামুখি

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা জয়পুৰৰ ছৱাই মানছিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ৰাজস্থান ৰয়েলছক ১০০ ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১৭ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চ...

May 1, 2025 9:33 PM

views 84

ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ড০ মান্দাভিয়াই দুয়োজন ক্রীড়াবিদে বেডমিণ্টন কোর্টত দেখুওৱা একাগ্ৰতা তথা খ...

May 1, 2025 12:25 PM

views 72

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মুম্বাই ইণ্ডিয়ান্‌ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্‌ছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭-৩০ বজাত আৰম্ভ হ'ব৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত যোৱানিশা পাঞ্জাব কিংছে চেন্নাই ছুপাৰ কিংছক ৪ উইকেটত পৰাস্ত কৰে। খ...

April 30, 2025 12:36 PM

views 69

আই পি এলত যোৱা নিশা কলকাতা নাইট ৰাইডার্ছৰ দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নতুন অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত কৰে। লেহীয়ে ২০৫ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ বান সংগ্ৰহ কৰে। দলৰ হৈ ফাফ ডু প্লেছিছে ৬২ আৰু অক্ষৰ পেটেলে ৪৩ বান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ...

April 29, 2025 8:16 PM

views 60

ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাত ভাৰতীয় মহিলা ক্রিকেট দলৰ হাতত দক্ষিণ আফ্ৰিকা ১৫ ৰাণত পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে আজি কলম্বোত অনুষ্ঠিত ত্রিদেশীয় এদিনীয়া ক্রিকেট শৃংখলাৰ এখন খেলত দক্ষিণ আফ্ৰিকাক ১৫ ৰাণত পৰাস্ত কৰি একেৰাহে দ্বিতীয়খন খেলত জয়লাভ কৰিছে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ছটা উইকেটৰ বিনিময়ত ২৭৬ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ প্রতীকা ৰাৱলে সৰ্বাধিক ৭৮ ৰাণ কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে ৪...

April 29, 2025 11:06 AM

views 59

আই পি এল ক্রিকেটত গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এখন খেলত ৰাজস্থান ৰয়েলছে গুজৰাট টাইটানছক ৮ উইকেটত পৰাস্ত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থানে ২৫ টা বল বাকী থাকোতেই ২১০ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয়। যশস্বী জয়ছোৱালে ৪০ টা বলত ৭০ আৰু অধিনায়ক ৰিয়ান পৰাগে ১৫ টা বলত ৩২...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।