খেল

February 10, 2025 12:15 PM

views 44

ফ্রী ষ্টাইল ডবা গ্ৰেণ্ড শ্লেমত কোৰ্ৱাটাৰ ফাইনেলত ডি গুকেশ ফেবিয়ানো কাৰুৱানাৰ বিৰুদ্ধে অৱৰ্তীণ

জার্মানীত অনুষ্ঠিত ফ্রী ষ্টাইল ডবা গ্ৰেণ্ড শ্লেম টুৰত ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ ডি গুকেশ কোৱাৰ্টাৰ ফাইনেলৰ নিজৰ প্ৰথমখন খেলত বিশ্বৰ ৩ নম্বৰ ৰেংকিঙৰ ফেবিয়ানো কাৰুৱানাৰ হাতত পৰাস্ত হৈছে। এই প্ৰতিযোগিতাত এটাও জয়ৰ মুখ নেদেখা গুকেশৰ এয়া আছিল তৃতীয়টো পৰাজয়। অৱশ্যে প্ৰতিযোগিতাত গুকেশৰ বাবে এতিয়ালৈ সুযোগ ...

February 10, 2025 12:13 PM

views 40

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী

ইংলেণ্ডৰ বিৰুদ্ধে অব্যাহত থকা এদিনীয়া ক্রিকেট শৃংখলাৰ কালি কটকত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী হয়। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে । ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ শতক তথা শুভমন গিল, শ্রেয়ছ আয়াৰ আৰু অক্ষৰ পেটেলৰ দর্শনীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু তিনিটা...

February 9, 2025 9:04 PM

views 42

ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো গুৱাহাটীত উপস্থিত

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো আজি গুৱাহাটীত উপস্থিত হৈছে। বিমানযোগে অহা খেলুৱৈকেইগৰাকীক বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনোৱা হয়। অসম বক্সিং সন্থাৰ বিষয়ববীয়াসকলে স্বর্ণপদক জয়ী অংকুশিতা বড়ো, ৰূপৰ পদক জয়ী শিৱ থ...

February 9, 2025 7:42 PM

views 19

এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ইংলেণ্ডৰ ৩০৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ইংলেণ্ডে কটকত আজি অনুষ্ঠিত এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক জয়ৰ বাবে ৩০৫ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত জিকি প্রথমে বেট ধৰি ভ্ৰমণকাৰী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই ৩০৪ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জ' ৰুটে সৰ্বাধিক ৬৯, বেন ডাকেটে ৬৫ আৰু লিয়াম লিভিংষ্টনে ৪১ ৰাণৰ বৰঙণি আগবঢ়ায়। জ...

February 9, 2025 7:10 PM

views 39

পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত ভাৰত ৰিকাৰ্ভ অ’পেন আৰু কম্পাউণ্ড অ’পেনত আৰু দুটা সোণৰ পদক লাভ

থাইলেণ্ডত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত আজি ভাৰতে ৰিকাৰ্ভ অ'পেন আৰু কম্পাউণ্ড অ'পেনত আৰু দুটা সোণৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে চাৰিটা সোণ আৰু দুটা ৰূপৰ সৈতে মুঠ ছটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৰিকাৰ্ভ অ'পেন মিক্সড টিম ইভেণ্টত হৰবিন্দৰ সিং আৰু পূজাই ইণ্ডোনেছিয়াৰ মাহদা আউলিয়া আৰু খোল...

February 9, 2025 11:41 AM

views 54

৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমৰ ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্রীয় ক্রীড়া সমাৰোহত অসমে এতিয়ালৈকে ৩টা সোণ, ১৫টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদকেৰে সৰ্বমুঠ ৩৩টা পদক অৰ্জন কৰিছে। আজি নেটবল, টেবুল টেনিছ, জিন্নাষ্টিক আৰু জুডোত পদক জয়ৰ বাবে অসমৰ খেলুৱৈসকল অৱতীৰ্ণ হ'ব। আজি পুৰুষৰ টেবুল টেনিছৰ ডাবলছত প্রিয়ানুজ ভট্টাচাৰ্যৰ নেতৃত্বত অসমে...

February 8, 2025 8:40 PM

views 22

ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা

ধেমাজি মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় খো খো প্রতিযোগিতা অনুষ্ঠিত হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ ১১ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। ল'ৰা আৰু ছোৱালীৰ শাখাত মুঠ ১৭টা দলে অংশগ্ৰহণ কৰিছে। ধেম...

February 8, 2025 8:38 PM

views 33

ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকা যুটিৰ স্বর্ণ পদক

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লনবল পেয়াৰ শিতানত আজি অসমৰ নয়নমণি শ‍ইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিয়ে স্বর্ণ পদক অৰ্জন কৰিছে। এই জয়ৰ সৈতে এইবাৰৰ ক্ৰীড়া সমাৰোহত অসমে এতিয়ালৈকে তিনিটা সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ইয়াৰ লগতে পুৰুষৰ এশ মিটাৰ ফাইনেলত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ ...

February 8, 2025 1:12 PM

views 39

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লন বলত কালি অসমে তিনিটা পদক নিশ্চিত কৰিছে। নয়নমণি শ‍ইকীয়া আৰু বন্দিতা হাজৰিকাৰ মহিলাৰ ডাবলচ যুটীৰ লগতে পুৰুষৰ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফৰ্চত বিতোপন ৰাভা, অমল টেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাওন্দে চেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি ৰাষ্ট্ৰীয় ক্রীড়া...

February 8, 2025 12:47 PM

views 52

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাত মায়া ৰাজেশ্বৱৰণ ছেমি ফাইনেলত প্ৰৱেশ

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৱৰণে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ মেই য়ামাগুচিক ৬-৪, ৩-৬, ৬-২ ছেটত পৰাজিত কৰে। প্ৰতিযোগিতাৰ ছিংগলছত এতিয়ালৈকে বৰ্তি থকা মায়াই হৈছে একমাত্র ভাৰতীয় খেলুৱৈ। আজি হ'বলগীয়া ছেমি ফাই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।