খেল

February 18, 2025 12:05 PM

views 52

সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি বিচিচি আইৰ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে সমাগত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় পুৰুষ দলটোৰ নতুন জাৰ্চি মুকলি কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বিচিচিআয়ে খেলুৱৈসকলৰ জাৰ্চিৰ আলোকচিত্র শ্বেয়াৰ কৰে। ৰোহিত শর্মা নেতৃত্বাধীন দলটোৱে পৰিধান কৰা নীলা ৰঙৰ জাৰ্চিৰ বাহুত ট্রাই কালাৰৰ লগতে চেম্পিয়ন ট্ৰফ...

February 17, 2025 8:47 PM

views 51

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ

চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈ ত্রয়োবিংশ ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১,৫০০ পেৰা এথলীটে ১৫৫ টা শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াব। দেশৰ কেইবাগৰাকীও তাৰকা পেৰা এথলীটে প্রতিযোগিতাত নিজৰ অংশগ্রহণ সুনিশ্চিত কৰিছে। তেওঁলোকৰ ভি...

February 17, 2025 12:38 PM

views 28

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিয়োগিতাত আজি ডেলহী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মেচ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিয়োগিতাৰ আজি বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত ডেলহী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। একেখন ষ্টেডিয়ামতে অনুষ্ঠিত আন এখন খেলত কালি গুজৰাট জায়েণ্টছে ইউ পি ৱাৰিয়ৰ্জক ৬ উইকেটত পৰাস্ত কৰে। গুজৰাট জায়েণ্টছে ১৮ অভাৰত ৬টা...

February 17, 2025 12:21 PM

views 49

অহা ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বর্ডে অহা ২২ মাৰ্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতা আৰম্ভ হব বুলি কালি ঘোষণা কৰে। আই পি এলৰ ১৮ সংখ্যক সংস্কৰণত ইণ্ডিয়ান প্রিমিয়াৰ লীগ বিশ্বৰ আটাইতকৈ লাভজনক ব্যৱসায় ভিত্তিক টি-২০ ক্রিকেট প্রতিযোগিতা হিচাপে বিবেচিত হৈছে। অহা ২২ মাৰ্চত কলকাতাৰ প্ৰখ্যাত ইডে...

February 17, 2025 12:19 PM

views 24

এফ আই এইচ প্ৰ’ হকী লীগৰ এখন খেলত স্পেইনক ২-০ গ’লত পৰাস্ত ভাৰতৰ

এফ আই এইচ প্ৰ' হকী লীগৰ ২০২৪-২০২৫ত কালি ভাৰতৰ পুৰুষ দলটোৱে ভুৱনেশ্বৰত অনুষ্ঠিত এখন খেলত স্পেইনক ২-০ গ'লত পৰাস্ত কৰে। মনদ্বীপে প্ৰথমটো গ’ল আৰু দিলপ্রীতে দ্বিতীয়টো গ’ল দি বিজয়ৰ পথ প্ৰশস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ মহিলা দলটোৱে ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন খেলত জয়লাভ কৰি পইন্ট তালিকাত গুৰুত্বপূৰ্ণ বিব...

February 17, 2025 12:17 PM

views 21

এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ ব্ৰঞ্জৰ পদক লাভ

স্কোৱাছত কালি হংকং স্কোলাছ কেন্দ্ৰত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় পুৰুষ আৰু মহিলা দল দুটাই ব্ৰঞ্জৰ পদক লাভ কৰে। মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ বিপৰীতে অনাহাট সিঙৰ নেতৃত্বত মহিলা দলটোৱে আয়োজক হংকঙৰ হাতত পৰাস্ত হয়। উল্লেখযোগ্য যে এছি...

February 16, 2025 8:42 PM

views 57

২২ মাৰ্চৰ পৰা আৰম্ভ হব আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে আজি ঘোষণা কৰা আই পি এলৰ সূচী অনুসৰি অহা ২২ মাৰ্চৰ পৰা এইবাৰৰ টি-২০ ক্রিকেট প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গার্ডেনত হ'বলগীয়া উদ্বোধনী খেলখনত কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি হ'ব। দেশৰ মুঠ ১০টা স্থানত এইবাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'...

February 16, 2025 12:23 PM

views 38

মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে ডেলহী কেপিটেলছে

ডেলহী কেপিটেলছে যোৱা নিশা বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি ১৯ অভাৰ আৰু ১ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ নেট স্কীভাৰ ব্...

February 15, 2025 7:53 PM

views 45

আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰতীয় ক্রিকেট দল ডুবাই অভিমুখে ৰাওনা

সমাগত আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় ক্রিকেট দলটো আজি ডুবাই অভিমুখে ৰাওনা হৈছে। ভাৰতে অহা ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। ইয়াৰ পাছতে ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে আৰু ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আঘাতৰ বাবে যশপ্রীত বুমৰাক...

February 15, 2025 11:32 AM

views 37

এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী-ল’ৰা দুয়োটা দল ছেমি ফাইনেলত

হংকঙত চলি থকা এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত ভাৰতৰ ছোৱালী আৰু ল'ৰা দুয়োটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় ছোৱালী দলটোৱে পুল-বিত দ্বিতীয় স্থান দখল কৰি অন্তিম চাৰিটা দলত স্থান লাভ কৰিছে। পুল পৰ্যায়ত অনাহত সিঙে আটাইকেইখন খেলত জয়লাভ কৰে। ছোৱালী দলটোৱে আজি ছেমি ফাইনেলত ঘৰুৱা দল হং...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।