খেল

August 11, 2024 11:56 AM

views 40

ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগট আৱেদনৰ ওপৰত ১৩ আগষ্টত ক্রীড়া চালিছী আদালতৰ ৰায় দান

ক্রীড়া চালিছী আদালতে আগশাৰীৰ ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ ৰায় মঙলবাৰলৈ স্থগিত ৰাখিছে। নতুন সময়সীমা অনুসৰি আপোচ বিচাৰক ড০ এনাবেলে বেনেটে ১৩ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত ৰায়দান কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী এই গোচৰৰ এটা পক্ষ...

August 10, 2024 7:35 PM

views 36

পেৰিছ অলিম্পিকৰ ফ্ৰী-ষ্টাইল শিতানত ভাৰতৰ ৰিতিকা হুদা পৰাস্ত

ভাৰতৰ ৰিতিকা হুদা শীর্ষ বাছনিপ্রাপ্ত কীর্গিজস্তানৰ মেডেত কিজি আইপেৰিৰ হাতত পৰাজিত হৈ পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী-ষ্টাইল শিতানৰ পৰা বাহিৰ হৈছে । অদিতি অশোক আৰু দীক্ষা দাগৰেও গ'ল্ফৰ মহিলাৰ ব্যক্তিগত শিতানত ভাল ফল দেখুৱাত ব্যৰ্থ হৈছে। অদিতি বর্তমান ৩৩ সংখ্যক আৰু দীক্ষা...

August 10, 2024 6:13 PM

views 41

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা ভাৰতীয় পুৰুষ হকী দলক আদৰণি

পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলটোক দিল্লী বিমান বন্দৰত আদৰণি জনোৱা হয়। দলটো বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে কেপ্তেইন হৰমন প্ৰীট সিং, গলৰক্ষক পি আৰ শ্ৰীজেছ আৰু প্ৰাক্তন কেপ্তেইন মনপ্রীত সিং সহ অন্যান্যসকলক ফুলৰ মালাৰে আদৰণি জনোৱা হয়।

August 10, 2024 1:21 PM

views 28

পেৰিছ অলিম্পিকত মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাত আজি ৰিতিকা হুদা হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতৰ অন্তিমগৰাকী প্রতিদ্বন্দ্বী ৰিতিকা হুদাই আজি মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অভিযান আৰম্ভ কৰিব। ২২ বছৰীয়া খেলুৱৈগৰাকী প্ৰথম ৰাউণ্ডত হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ'ব।

August 10, 2024 1:20 PM

views 37

অমন শ্বেহৰাৱটক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ভাৰতৰ অমন শ্বেহৰাৱটে সুন্দৰ প্ৰদৰ্শনেৰে পেৰিছ অলিম্পিকৰ পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক দখল কৰিছে। শ্বেহৰাৱটে কালি ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকোৰ ডেবিয়ন ক্রুজক ১৩-৫ ফলাফলত পৰাভূত কৰে। এইবাৰৰ অলিম্পিকত এয়া ভাৰতৰ ষষ্ঠটো আৰু মল্লযুদ্ধত প্ৰথমটো পদক। অমনে এই জ...

August 10, 2024 1:16 PM

views 49

বেটকুছি হাইস্কুল ৬৩ সংখ্যক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমক প্রতিনিধিত্ব কৰা গুৱাহাটীৰ বেটকুছি হাইস্কুলে চলিত ৬৩ সংখ্যক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় বায়ুসেনাই আয়োজন কৰা প্রতিযোগিতাখনৰ নতুন দিল্লীৰ জি ডি গোৱেংকা এডুকেশ্বন চিটী গ্রাউণ্ডত অনুষ্ঠিত গ্রুপ-এৰ অন্তিমখন খেলত কালি বেটকুছি হাইস্কুলে ...

August 9, 2024 12:06 PM

views 31

পেৰিছ অলিম্পিকৰ জেভলিনত নীৰজ চোপ্ৰাৰ ৰূপৰ পদক, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

ভাৰতীয় এথলীট নীৰজ চোপ্ৰাই বছৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ৮৯ দশমিক ৪-৫ মিটাৰলৈ যাঠি নিক্ষেপ কৰি যোৱানিশা পেৰিছ অলিম্পিকৰ পুৰুষৰ জেভলিনত ৰূপৰ পদক অৰ্জন কৰে। পাকিস্তানৰ অৰ্শদ নদীমে ৯২ দশমিক ৯-৭ মিটাৰলৈ যাঠি নিক্ষেপ কৰি ৯০ দশমিক ৫-৭ মিটাৰৰ সৰ্বকালৰ অলিম্পিক অভিলেখ ভংগ কৰি সোণৰ পদক অৰ্জন কৰে। কালিৰ প্ৰদৰ্শনৰ ...

August 9, 2024 12:03 PM

views 29

পেৰিছ অলিম্পিকত আজি মল্লযুদ্ধ, এথলেটিকছ আৰু গল্ফত ভাৰতীয় এথলীটৰ প্ৰতিদ্বন্দ্বিতা

পেৰিছ অলিম্পিকত আজি ভাৰতীয় এথলীটসকলে মল্লযুদ্ধ, এথলেটিকছ আৰু গল্ফত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মল্লযুদ্ধত অমন শ্বেৰাৱটে পুৰুষৰ ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদকৰ যুঁজত পুৱেৰ্টো ৰিকোৰ প্ৰতিদ্বন্দ্বীৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। এথল...

August 9, 2024 11:35 AM

views 29

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ব্ৰঞ্জৰ পদক, প্ৰতিগৰাকী খেলুৱৈলৈ ১৫ লাখ টকা হকী ইণ্ডিয়াৰ

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। যোৱা নিশা হোৱা তৃতীয় স্থান নির্ণয়কাৰী খেলত ভাৰতে প্ৰথমে গ’ল খোৱাৰ পাছত স্পেইনক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অলিম্পিকত পদক লাভ কৰাৰ গৌৱৰ অৰ্জন কৰে। খেলৰ ১৮ মিনিটত মাৰ্ক মিৰালেছৰ গ’লেৰে স্পেইনে প্রথমে অগ্রগতি লয়।...

August 8, 2024 8:01 PM

views 47

ভাৰতীয় পুৰুষ হকী দলৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতীয় পুৰুষ হকী দলে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ভাৰতে আজি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনক ২-১ গলত পৰাস্ত কৰে। ইপিনে পেৰিছ অলিম্পিকৰ মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ ভাৰতীয় পুৰুষ মল্লযোদ্ধা অমন শ্বেহৰাৱাটে ৫৭ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি ...