ভাৰতৰ অন্তিমগৰাকী প্রতিদ্বন্দ্বী ৰিতিকা হুদাই আজি মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অভিযান আৰম্ভ কৰিব। ২২ বছৰীয়া খেলুৱৈগৰাকী প্ৰথম ৰাউণ্ডত হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ’ব।
Assamese | August 10, 2024 1:21 PM | Ritika huda
পেৰিছ অলিম্পিকত মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাত আজি ৰিতিকা হুদা হাংগেৰীৰ বর্নাডেট নেগীৰ বিৰুদ্ধে অৱতীৰ্ণ