খেল

August 24, 2024 9:11 PM

views 57

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় পেৰা শ্বুটিং দল ৰাওনা

ভাৰতীয় পেৰা শ্বুটিং দলটো পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে স্বদেশৰ পৰা ৰাওনা হৈছে। মনীষ নাৰ'ৱাল, আমিৰ আহমেদ ভট্, ৰুদ্ৰাংশ খাণ্ডেলৱাল, অৱনী লেখৰা, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ, স্বৰূপ মহাবীৰ, সিদ্ধাৰ্থ বাবু, শ্ৰীহৰ্ষ দেৱ ৰড্ডী আৰু নিহাল সিঙক লৈ গঠিত দলটোৱে পেৰিছ পেৰালিম্পিকত অধিক উন্নত প্ৰ...

August 24, 2024 8:55 PM

views 37

বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল চূড়ান্ত বিজয়ী

বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত আজি বৰপেটা জিলা দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। বৰপেটা জিলা ক্রিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত বৰপেটা দলে অসম ক্রিকেট সন্থাৰ সভাপতি একাদশক ১২০ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি বৰপেটা জিলা দলে ৫০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ...

August 24, 2024 6:54 PM

views 24

আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা বেটছমেন শিখৰ ধাৱানৰ অৱসৰ ঘোষণা

ভাৰতীয় ক্রিকেট দলৰ বেটছমেন শিখৰ ধাৱানে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ' প্ৰকাশ কৰি ৩৮ বছৰীয়া শ্ৰী ধাৱানে খেলুৱৈ জীৱনত তেওঁক বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ লোকসকলৰ লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। বাঁওহতীয...

August 24, 2024 11:55 AM

views 51

২০ বছৰৰ অনুৰ্ধৰ ছাফ ফুটবল প্রতিযোগিতাত ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে ২০ বছৰৰ অনুৰ্ধৰ ছাফ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত গ্রুপ পৰ্যায়ৰ এখন খেলত মালদ্বীপক ১-০ গলত পৰাস্ত কৰে। ভাৰতৰ হৈ মাংগলেনথাং কিপগেনে খেলৰ ৯৫ মিনিটত বিজয় সূচক গলটো দিয়ে। ভাৰতে এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ গ্রুপ-বিৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান ...

August 24, 2024 11:52 AM

views 55

বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা মল্লযোদ্ধাসকলৰ আধিপত্য অক্ষুন্ন

ভাৰতীয় মহিলা মল্লযোদ্ধাসকলে জর্দানৰ আম্মানত অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত নিজৰ আধিপত্য অক্ষুন্ন ৰাখি ১৮৫ পইণ্টেৰে দলীয় শিতানত প্ৰথমটো খিতাপ দখল কৰিছে। এই শিতানত জাপানে ১৪৬ পইণ্টেৰে দ্বিতীয় আৰু কাজাখস্তানে ৭৯ পইণ্টেৰে তৃতীয় স্থান লাভ কৰিছে। কাজল প্রতিযোগিতাত দেশৰ হকে স্বর্ণ পদক অ...

August 23, 2024 11:54 AM

views 47

কাইলৈৰ পৰা উত্তৰ প্ৰদেশত খেল’ ইণ্ডিয়া অস্মিতা উশ্বু লীগৰ পশ্চিম মণ্ডলৰ খেলসমূহ আৰম্ভ

খেল' ইণ্ডিয়া অস্মিতা উশ্বু লীগৰ পশ্চিম মণ্ডলৰ খেলসমূহ কাইলৈৰ পৰা উত্তৰ প্ৰদেশৰ মিৰাটৰ গডৱিন পাব্লিক স্কুলত অনুষ্ঠিত হ'ব। ৪ দিনীয়া এই প্ৰতিযোগিতাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই ক্রীড়া প্রতিযোগিতাৰ উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাটকে ধৰি পশ্চিম মণ্ডলৰ ৰাজ্যস...

August 23, 2024 11:49 AM

views 32

লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ দ্বিতীয় স্থান দখল

পেৰিছ অলিম্পিকত ৰূপৰ পদক বিজেতা নীৰজ চোপ্ৰাই চুইজাৰলেণ্ডত অনুষ্ঠিত লুজান ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত দ্বিতীয় স্থান দখল কৰিছে। নীৰজে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৮৯ দশমিক ৪-৯ মিটাৰলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। পিটাৰ্ছ এণ্ডাৰছনে ৯০ দশমিক ৬-১ মিটাৰলৈ জেভলিন দলিয়াই প্ৰথম স্থান দখ...

August 22, 2024 5:46 PM

views 49

আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ

বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত আজিৰেপৰা পূব মণ্ডলৰ অস্মিতা যোগাসন লীগ আৰম্ভ হৈছে। তিনিদিনীয়াকৈ আয়োজিত এই পূব মণ্ডলৰ লীগ অহা ২৪ আগষ্টত সামৰণি পৰিব। বিহাৰ যোগাসন স্পৰ্টছ এছ'চিয়েচনে এই লীগৰ আয়োজন কৰিছে। পূব মণ্ডলৰ ৰাজ্যসমূহৰ ৫০০ গৰাকী মহিলা খেলুৱৈয়ে লীগত অংশগ্ৰহণ কৰিছে। এই ৰাজ্যকেইখন হৈ...

August 22, 2024 5:43 PM

views 43

আহানা জর্জ, আনয়া ভৱছাৰ, আৰু গুঞ্জন মন্ত্ৰী ২০২৪-ৰ ফিবা 3×3 ১৮ বছৰ অনুৰ্ধ্বৰ বাস্কেটবল বিশ্বকাপলৈ নিৰ্বাচিত

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মণ্ডাভিয়াই ২০২৪-ৰ ফিবা 3x3 ১৮ বছৰ অনুৰ্ধ্বৰ বাস্কেটবল বিশ্বকাপলৈ নিৰ্বাচিত হোৱাৰ বাবে আহানা জর্জ, আনয়া ভৱছাৰ, আৰু গুঞ্জন মন্ত্ৰীক অভিনন্দন জনাইছে। এই প্রতিযোগিতাখন চলিত মাহৰ ২৬ তাৰিখৰ পৰা হাংগেৰীৰ ডেৱেচেনত আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ...

August 22, 2024 5:40 PM

views 49

১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাত ৰোনাক দহিয়াৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ ৰোনাক দহিয়াই জর্ডানত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ প্ৰতিযোগিতাৰ ১১০ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। গুৰুত্বপূৰ্ণ পদক মেচখনত ডাহিয়াই তুৰ্কীৰ মল্লযুঁজাৰ ইমৰুল্লাহ কাপকানক ৬-১ ফলাফলত পৰাস্ত কৰে। ইয়াৰ লগে লগে ভাৰতে পুৰুষৰ গ্ৰীক-ৰোমান শাখাৰ চেম্পিয়নশ্বিপত দুটা ব্ৰঞ্জৰ পদক লাভ ক...