খেল

December 4, 2024 12:29 PM

views 31

৬৮ সংখ্যক স্কুল নেচনেল গেমছ নেটবলত অংশগ্ৰহণৰ বাবে গোলাঘাট জিলাৰ কেইবাজনো খেলুৱৈ নির্বাচিত

ৰাষ্ট্ৰীয় স্কুল গেমছৰ নেটবলৰ বাছনি প্ৰক্ৰিয়াত ৬৮ সংখ্যক স্কুল নেচনেল গেমছ নেটবলত অংশগ্ৰহণৰ বাবে ১৪, ১৭ আৰু ১৯ বছৰ অনুৰ্ধৰ ল'ৰা-ছোৱালীৰ শাখাত গোলাঘাট জিলাৰ কেইবাজনো খেলুৱৈ নির্বাচিত হৈছে। সদৌ অসম নেটবল সন্থাৰ অন্তৰ্গত কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় স্কুল নেটবল খেলত গোলাঘাট ...

December 4, 2024 12:28 PM

views 63

উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ

উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হ'ব। এইবাৰ ক্ৰীড়া মহোৎসৱত ৩৬ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদৰ্শনীমূলক খেল হিচাপে মালখাম্ব, কালাৰিয়াপাটু, যোগাসন আৰু ৰাফটিঙক অন্তৰ্ভুক্ত কৰা হৈছে।

December 4, 2024 12:15 PM

views 35

১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাত ভাৰত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন

শ্বাৰজাহত চলি থকা ১৯ বছৰ অনুৰ্ধৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ নিজৰ তৃতীয়খন খেলত আজি ভাৰত ঘৰুৱা দল সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সন্মুখীন হ'ব। গ্রুপ-এৰ আন এখন খেলত আজি ডুবাইত পাকিস্তানে জাপানৰ মুখামুখি হ'ব। প্ৰতিযোগিতাৰ প্ৰথমখন লীগ খেলত ভাৰত পাকিস্তানৰ হাতত পৰাজিত হৈছিল যদিও দ্বিতীয়খন খেলত...

December 4, 2024 12:13 PM

views 40

ভাৰত আৰু পাকিস্তানৰ মাজত আজি জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত

ওমানৰ মাস্কটত চলি থকা জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। বৰ্তমানৰ চেম্পিয়ন ভাৰতে কালি দ্বিতীয়খন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ গ'লত পৰাজিত কৰে। ভাৰতৰ হৈ খেলৰ ১০ মিনিটত দিলৰাজ সিং, ৪৫ মিনিটত ৰোহিত আৰু ৫২ মিনিটত সাৰদানন্দ তিৱাৰীয়ে গ'ল কেইটা কৰ...

December 1, 2024 7:57 PM

views 18

বৰপেটাত অনুষ্ঠিত কোচবিহাৰ ট্ৰফী প্রতিযোগিতাত অসম দলৰ জয়লাভ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বি চি চি আইৰ উদ্যোগত আৰু অসম ক্রিকেট সন্থাৰ সহযোগত বৰপেটাত অনুষ্ঠিত কোচবিহাৰ ট্ৰফী প্রতিযোগিতাত অসম দলে জয়লাভ কৰে। দলটোৱে কেৰালাক ২৫৫ ৰানত পৰাস্ত কৰে। দুটাকৈ ইনিংছৰ খেলখনত অংশুমান মালাকাৰে নেতৃত্ব দিয়া অসম দলে প্রথম ইনিংছত ২৩৩ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ...

December 1, 2024 12:41 PM

views 44

জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত চীনা টাইপে ১৬-০ ফলাফলত পৰাস্ত

ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে কালি ওমানৰ মাছকতত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত চীনা টাইপেক ১৬-০ ফলাফলত পৰাস্ত কৰে। খেলখনত দিলৰাজ সিঙে ৪টা গল দিয়াৰ বিপৰীতে ৰৌচন কুজুৰে তিনিটা গল দিয়ে। খেলখনৰ মধ্যান্তৰলৈ ১৭ মিনিটত দিলৰাজ সিঙে, ২০ আৰু ২৮ মিনিটত সৌৰভ আনন্দ কুছৱা আৰু ২৩ ...

December 1, 2024 12:36 PM

views 42

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত পি ভি সিন্ধু আৰু লক্ষ্য সেনৰ ফাইনেলত প্ৰৱেশ

লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেল মেচখন আজি বিয়লি খেলোৱা হ'ব। প্রতিযোগিতাখনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত সিন্ধুৱে উন্নতি হুদাক ২১-১২ আৰু ২১-৯ৰ পোনপটীয়া ছেটত পৰাস্ত কৰে। ...

November 30, 2024 8:56 PM

views 39

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলা মহিলা ডাবল্‌ছৰ ফাইনেলত প্ৰৱেশ

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলাই থাইলেণ্ডৰ বেনয়াপা আইমষ্টাৰ্ড আৰু নুন্তাকাৰ্ন আইমষ্টাৰ্ডক ১৮-২১, ২১–১৮, ২১–১০ ছেটত পৰাস্ত কৰি মহিলা ডাবল্‌ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে উন্নতি হোদাক ২১-১২, ২১-...

November 30, 2024 8:53 PM

views 23

ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত হয়। পাকিস্তানে টছত জিকি প্রথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৭টা উইকেটৰ বিনিময়ত ২৮১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪৭ অ’ভাৰ এটা বলত আটাইকেইটা উই...

November 30, 2024 8:18 PM

views 36

জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল’ৰাৰ একক শাখাত অনিকেশ দত্তৰ চেম্পিয়নৰ সন্মান অৰ্জন

অসমৰ অনিকেশ দত্তই জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল'ৰাৰ একক শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত অনিকেশে ৰাজস্থানৰ সাতৱিক আগৰৱালাক ২১- ১৭, ২১–৭ত পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। আনহাতে ১৩ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত অসমৰ বেদাগ্নি গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।