সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত হয়। পাকিস্তানে টছত জিকি প্রথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৭টা উইকেটৰ বিনিময়ত ২৮১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪৭ অ’ভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ২৩৮ ৰান কৰে।
শ্বাৰজাহ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এৰ আন এখন খেলত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই জাপানক ২৭৩ ৰানত পৰাজিত কৰে।
Assamese | November 30, 2024 8:53 PM | Cricket | SPORTS
ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত