উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ অনুষ্ঠিত হ‘ব। এইবাৰ ক্ৰীড়া মহোৎসৱত ৩৬ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদৰ্শনীমূলক খেল হিচাপে মালখাম্ব, কালাৰিয়াপাটু, যোগাসন আৰু ৰাফটিঙক অন্তৰ্ভুক্ত কৰা হৈছে।
Assamese | December 4, 2024 12:28 PM | national games
উত্তৰাখণ্ডত অহা ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া মহোৎসৱ