আঞ্চলিক সংবাদ

January 24, 2026 12:36 PM

views 175

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব ধুবুৰীৰ আশৰিকান্দিৰ পোৰামাটি শিল্প

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত নতুন দিল্লীত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আশাৰিকান্দিৰ ভৌগোলিক সূচ্যাংকৰ পৰিচিতি লাভ কৰা এই শিল্প এইবাৰৰ পেৰেডত দেশবাসীৰ সন্মুখত উজ্বলি উঠিব। গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাতো প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশ...

January 24, 2026 12:34 PM

views 65

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নির্মিত দলঙৰ ওপৰত টোলগেট স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিবিদা আহ্বান

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নির্মিত দলঙৰ ওপৰত টোলগেট স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰ্যালয়ে টোল সংগ্রহ কৰে যদিও লোকনির্মাণ বিভাগে কালি গুৱাহাটী-উত্তৰ গুৱাহাটী টোলগেটৰ বাবে নিবিদা আহ্বান কৰে। ইয়াৰ জৰিয়তে ৰাজ্য চ...

January 24, 2026 12:33 PM

views 64

উত্তৰ পূৰ্বাঞ্চলত নগৰীয়া জলপথ কেন্দ্র হিচাপে গঢ়ি তোলাৰ বাবে ৫০০ কোটিৰো অধিক টকা বিনিয়োগ

কেৰালাৰ কোচিৰ ৱাটাৰ মেট্ৰ'ৰ আর্হিত অসমৰ গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় চহৰক সংযোগ কৰি নগৰীয়া জলপথ কেন্দ্র হিচাপে গঢ়ি তোলা ক্রুজ জেটি চলোৱাৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰা হৈছে। কেৰালাত অনুষ্ঠিত আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ তৃতীয় অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কালি এই ক...

January 23, 2026 7:24 PM

views 59

এছিয়ান চলচ্চিত্র মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো মনোগ্রাহী ছবি প্রদর্শন

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কালিৰে পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্র মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো মনোগ্রাহী ছবি প্রদর্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্রেক্ষাগৃহত আজি কার্বি ভাষাৰ ছবি কাংব' আলতি (দা লষ্ট পাথ) অসমীয়া ভাষাৰ ছবি ৰ'দৰ পাখি আৰু ভিয়েটনামৰ ছবি কু-লি নেভাৰ ক্রাইজ প্র...

January 23, 2026 7:22 PM

views 52

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গৱেষণা কেন্দ্র মুকলি

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গবেষণা কেন্দ্র মুকলি কৰে। তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কৃষক প্রশিক্ষণ আবাস গৃহৰো আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ননীগোপাল মহন্ত উপস্থিত থাকে। ইয়াৰ ফলত ৰাজ্যৰ মীন পালন খণ্...

January 23, 2026 7:04 PM

views 106

সমাগত গণৰাজ্য দিৱস উপলক্ষে ডিব্ৰুগড়ত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্রস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পতাকা উত্তোলন কৰাৰ ক...

January 23, 2026 6:46 PM

views 41

আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন

বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ আজি প্ৰথম দিনা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, মুখ্যদ্বাৰ মুকলি, গছপুলি ৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাৰিণ বড়োৱে মুখ্যদ্বাৰ মুকলি কৰে। উদ্যানখন...

January 23, 2026 6:45 PM

views 53

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ 'দৃষ্টিপাত' অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত 'মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হা...

January 23, 2026 6:43 PM

views 68

ৰাজ্যৰ বিভিন্ন জিলাত সমাগত গণৰাজ্য দিৱসৰ প্রস্তুতি

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পতাকা উত্তোলন কৰাৰ কথা। ...

January 23, 2026 7:20 PM

views 79

ঐতিহাসিক বিনিময় প্রথাৰে জাগীৰোডত জোনবিল মেলাৰ হাট মুকলি

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মুকলি কৰা বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্রী আদান-প্র...