January 23, 2026 6:37 PM
79
সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন
নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্র দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হয়। অসমৰ বিভিন্ন স্থানতো নেতাজীৰ সোঁৱৰণত বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰৰ নেতাজী চ'কত আজি সদৌ অসম নেতাজী সুভাষ চন্দ্র বসু জন্মদিন উদযাপন সমিতিৰ উদ্যোগত মহান স্বাধীনতা যুঁজাৰুগৰা...