April 8, 2024 6:39 PM
72
আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান প্লাবিক স্পীকত আজি Pension Options available for General public সন্দৰ্ভত আলোচনা
আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক'হলিৰ সৈতে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনা চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১...