ৰাষ্ট্ৰীয়

April 9, 2024 11:43 AM

views 47

দেশত নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ বাবে কেৱল মহাৰাষ্ট্ৰতে নহয়, সমগ্র দেশতে নক্সালবাদ সম্প্ৰতি দুৰ্বল হৈ পৰিছে। নক্সালবাদৰ বাবে এসময়ত পৰিচিত গাড়াচিৰোলি বর্তমান তীখা উদ্যোগ আৰু উন্নয়নৰ বাবে জনাজাত হৈছে । চন্দ্ৰপুৰ আৰু গাড়াচিৰোলিৰ লোকসভা সমষ্টিৰ বিজেপি প্রার...

April 8, 2024 8:35 PM

views 56

অহা ২৪ ঘণ্টালৈকে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ একাংশ উপদ্বিপীয় অঞ্চলত অহা ২৪ ঘণ্টালৈকে গ্রীষ্মপ্ৰৱাহ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। এই সময়ছোৱাত অন্ধ্ৰপ্ৰদেশৰ উপকুলীয় অঞ্চল, য়ানাম, ৰেয়ালচিমা, তেলেংগানা আৰু উত্তৰ কৰ্ণাটকৰ কিছু অংশত গ্ৰীষ্ম প্রবাহৰ প্ৰভাৱ অনুভুত হব। আনহাতে, বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনু...

April 8, 2024 8:31 PM

views 74

নতুন দিল্লীত ভাৰত-পেৰুৰ মাজৰ সপ্তমলানি বাণিজ্য চুক্তি আলোচনা

ভাৰত-পেৰুৰ মাজৰ সপ্তমলানি বাণিজ্য চুক্তি আলোচনা আজি নতুন দিল্লীত আৰম্ভ হৈছে। দুয়োখন দেশৰ মাজৰ বাণিজ্য আৰু বিনিয়োগ খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰি তোলাৰ লক্ষ্য আগত ৰাখি এই বৈঠক আয়োজন কৰা হৈছে। বাণিজ্য আৰু উদ্যোগ বিভাগে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে...

April 8, 2024 8:29 PM

views 73

চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে চৈত্র শুক্লাদি, ওগাড়ি, গুড়িপাড়ৱা, চেতি চান্দ, নৱৰেহ, আৰু চাজিবু চেইৰাউবা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। শ্ৰীমতী মুর্মুৱে এটা বাৰ্তাত কয় যে, বসন্ত ঋতু তথা ভাৰতীয় নতুন বৰ্ষক আদৰাৰ বাবে এই উৎসৱসমূহ পালন কৰা হয়। তেওঁ কয় যে, দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা...

April 8, 2024 8:28 PM

views 62

মধ্য প্ৰদেশত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ অংশগ্ৰহণ

কংগ্ৰেছৰ তাৰকা প্ৰচাৰক ৰাহুল গান্ধীয়ে আজি মধ্য প্ৰদেশৰ চিউনী জিলাত ধানৌৰা অঞ্চলত এখন ৰাজহুৱা সভা সম্বোধন কৰে। শ্ৰীগান্ধীয়ে কয় যে, জনজাতীয় লোকসকল হৈছে এই দেশ তথা এই মাটিৰ প্ৰথম স্বত্তাধিকাৰী আৰু সেইবাবেই কংগ্ৰেছ দলে তেওঁলোকক আদিবাসী নামেৰে অভিহিত কৰিছে। আনহাতে, বিজেপি তথা প্রধানমন্ত্ৰী মোদী আৰু অ...

April 8, 2024 8:26 PM

views 77

দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী :- প্ৰধানমন্ত্ৰী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ প্ৰতিটো জনজাতীয় পৰিয়ালৰ জীৱন উন্নত কৰাটোৱে হৈছে মোদী গেৰাণ্টী। চত্তিশগড়ৰ বাষ্টাৰ খণ্ডৰ আমাবল গাওঁত অনুষ্ঠিত এখন জনসভাত ভাষণ দি আজি শ্রীমোদীয়ে কয় যে, জনসাধাৰণৰ সপোনেই হৈছে মোদীৰ গেৰাণ্টী। তেওঁ কয় যে, তেওঁৰ লক্ষ্য হৈছে দেশৰ বিক...

April 8, 2024 6:24 PM

views 82

শৈক্ষিক সমলসমূহৰ স্বত্ব উলংঘন সন্দৰ্ভত এন চি ই আৰ টিৰ পৰামৰ্শমূলক সতর্কতা জাৰি

 ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ আয়োগ অর্থাৎ এন চি ই আৰ টিয়ে ইয়াৰ শৈক্ষিক সমলসমূহৰ স্বত্ব উলংঘন সন্দৰ্ভত পৰামৰ্শমূলক সতর্কতা জাৰি কৰিছে। এই জাননী অনুসৰি কোনো ব্যক্তি বা সংস্থাই যাৱতীয় অনুমতি অবিহনে আয়োগৰ দ্বাৰা প্ৰকাশিত পাঠ্যপুথিসমূহৰ বিষয়বস্তু ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিলে তাৰ বিৰ...

April 8, 2024 6:10 PM

views 70

চেন্নাইত যুটীয়াভাৱে অনুৰাগ সিং ঠাকুৰ আৰু ডº এল মুৰুগানৰ তামিল জনম টিভি মুকলি

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ডº এল মুৰুগানে আজি চেন্নাইত তামিল জনম টিভি যুটীয়াভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ঠাকুৰে কয় যে, মানসম্পন্ন বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত আঞ্চলিক ভাষাৰ চেনেলসমূহৰ বিকাশ ঘটোৱাৰ প্ৰয়োজন। তেওঁ চেনেলটোৰ এটা পেছাদাৰী পৃষ্ঠভূমি আছে বুলি প্ৰ...

April 8, 2024 12:25 PM

views 56

দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাটোৱে লোকসভা নিৰ্বাচনৰ উদ্দেশ্যঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। তেওঁ লগতে কয় যে, চৰকাৰৰ বিভিন্ন নীতিৰ ফলস্বৰূপে ভাৰতে বর্তমান গোলকীয় ক্ষেত্ৰত বিনিয়োগৰ বিকাশৰ লগতে এটা উল্লেখনীয় স্থান লাভ কৰিছে। পশ্চ...

April 8, 2024 12:20 PM

views 62

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। মৰৱা বিমানবন্দৰ গ্ৰাউণ্ডত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা ত...