ৰাষ্ট্ৰীয়

July 19, 2025 10:08 PM

views 25

বাৰানসীত যুৱ আধ্যাত্মিক সন্মিলন মুকলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

বাৰানসীত যুৱ আধ্যাত্মিক সন্মিলন মুকলি কৰি আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কয়, যে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নয়নৰ লক্ষ্যত উপনীত কৰিবলৈ হ'লে ভাৰতৰ যুৱ প্ৰজন্মক নিচামুক্ত কৰাটো বাঞ্ছনীয় । সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্রগঠনত প্ৰতিগৰাকী নাগৰিকৰে সহযোগিতা কামনা ক...

July 19, 2025 10:06 PM

views 62

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিতঃ বিজেপি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিত বুলি বিজেপিয়ে আজি বিৰোধী দলক তীব্র সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদী কয়, যে আম আদমী পাৰ্টীয়ে বিৰোধী মিত্ৰজোঁটত অন্তৰ্ভুক্ত হৈ থকা নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে। ...

July 19, 2025 10:05 PM

views 28

ভাৰত আৰু চাৰিখন ইউৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’বঃ পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে ভাৰত আৰু চাৰিখন উইৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা এক অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰতীয় সংলগ্ন বাণিজ্য সংঘ আৰু উদ্যোগ সহযোগত আয়োজিত অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা বছৰৰ ১০ মাৰ্চত দুয়ো পক্ষই বাণিজ্য আ...

July 19, 2025 10:04 PM

views 27

অহা সোমবাৰৰ সংসদৰ বৰ্ষাকালীন অধিৱেশন, কাইলৈ সর্বদলীয় বৈঠক

অহা সোমবাৰৰ পৰা হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা ২১ জুলাইত আৰম্ভ হ’ব আৰু ২১ আগষ্টত অন্ত পৰিব। এই অধিৱেশনৰ সময়...

July 19, 2025 9:55 PM

views 24

উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত কমেও ছজন লোক নিহত, ১৯ জন আহত

উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ৱে’ত আজি পুৱা হোৱা দুটা পথ দুৰ্ঘটনাত কমেও ছজন লোকে প্রাণ হেৰুওৱাৰ লগতে ১৯ জন লোক আহত হয়। মথুৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয়, যে পুৱা তিনি বজাত এখন মিনি ভেনে ট্রাক এখনত খুন্দিওৱাৰ ফলত প্ৰথমটো অঘটন ঘটে। এই দুৰ্ঘটনাত ছজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে দুজন লোক আহত হ...

July 19, 2025 9:52 PM

views 25

অনলাইন বেটিং এপ গোচৰৰ সংক্ৰান্তত গুগল আৰু মেটালৈ ইডিৰ জাননী

বিধিবলৱৎকাৰী সঞ্চালকাল (ইডি)য়ে অনলাইন বেটিং এপ গোচৰৰ সংক্ৰান্তত প্রযুক্তি বিষয়ক কোম্পানী গুগল আৰু মেটালৈ জাননী জাৰি কৰিছে। সূত্ৰই জনোৱা অনুসৰি ইডিয়ে দুয়োটা কোম্পানীৰ প্ৰতিনিধিক সোমবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰিছে। সংস্থাটোৱে অনলাইন বেটিং এপসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল মঞ্চসম...

July 19, 2025 9:50 PM

views 22

হায়দৰাবাদত অহা ৩ৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ

হায়দৰাবাদৰ গাচিবৌলী ইনড'ৰ ষ্টেডিয়ামত অহা ৩ আগষ্টৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। ২০০৫ চনত এছিয়ান কাবাডী চেম্পিয়নশ্বিপৰ পাছত হায়দৰাবাদে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহিলা কাবাডী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই বিশ্বকাপত ১৪ খন দেশে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইতি...

July 19, 2025 9:47 PM

views 23

এফ আই ডি ই বিশ্ব মহিলা কাপ দবা প্রতিযোগিতাত ভাৰতৰ ৪গৰাকী খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত

এফ আই ডি ই বিশ্ব মহিলা কাপ দবা প্রতিযোগিতাত অভিলেখ সৃষ্টি কৰি ভাৰতৰ ৪ গৰাকী খেলুৱৈ ক্ৰমে গ্ৰেণ্ড মাষ্টাৰ কনেৰু হাম্পী, ডি হাৰিকা, আৰ বৈশালী আৰু আন্তৰ্জাতিক মাষ্টাৰ দিববা দেশমুখে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ৪ গৰাকী খেলুৱৈয়ে প্ৰৱেশ কৰা ভাৰত হৈছে প্ৰথমখন দেশ।

July 19, 2025 8:18 PM

views 26

শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল তথা পথ দলং নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে'ল তথা পথ দলং নিৰ্মাণত অনুমোদন জনাইছে। ১,৪৭৩ কোটি ৭৭ লাখ টকা ব্যয় সাপেক্ষে এই দলংখন আগিয়াঠুৰি-কামাখ্যা ৰেলপথৰ দ্বৈতকৰণৰ অংশ হিচাপে নিৰ্মাণ কৰা হ'ব। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এখন বিজ্ঞপ্তি অনুসৰি এক দশমিক ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ষ্টীল কম্পোজ...

July 19, 2025 7:51 PM

views 35

অসম চৰকাৰৰ উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম চৰকাৰে জনসাধাৰণৰ বিৰুদ্ধে যুঁজ দিয়া নাই, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা অহা অনিয়ন্ত্ৰিত অনুপ্ৰৱেশকাৰীক প্রতিহত কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ সামাজিক মাধ্যমৰ এটা পোষ্ট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰা...