মনৰ কথা

July 21, 2024 12:25 PM

views 59

২৮ জুলাইত প্রধানমন্ত্ৰীৰ মন কী বাতৰ পৰবৰ্তী খণ্ড

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্রধানমন্ত্ৰীয়ে কৈছে ...

June 30, 2024 5:52 PM

views 61

মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই প্রধানমন্ত্রী মোদীৰ সন্তুষ্টি প্রকাশ

এটা সপ্তাহৰ পাছত আৰম্ভ হব লগা পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভগৱান জগন্নাথে দেশবাসীক সদায়ে আশীর্বাদ দি থাকিব বুলি আশা প্রকাশ কৰে। তেওঁ অমৰনাথ যাত্ৰা আৰু পন্ধাৰপুৰৱাৰীত অংশ লোৱা তীর্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধান...

June 30, 2024 5:49 PM

views 66

আকাশবাণীৰ সংস্কৃত বুলেটিনৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক  প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আকাশবাণীৰ সংস্কৃত বুলেটিন প্ৰচাৰৰ আজি ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত ৫০ বছৰে এই বুলেটিনে ভালেমান জনসাধাৰণক সংস্কৃতৰ সৈতে সংপৃক্ত কৰি ৰাখিছে শ্রীমোদীয়ে কয় যে, প্রাচীন ভাৰতীয় জ্ঞান আৰু ...

June 30, 2024 5:43 PM

views 53

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত অহা মাহত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকৰ কথা উল্লেখ কৰে। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত টকিঅ' অলিম্পিকত ভাৰতৰ দলটোৱে কৰা প্ৰদৰ্শনে দেশবাসীৰ মন জয় কৰে। প্রধানমন্ত্রী মোদীয়ে সমাগত ...

June 30, 2024 5:38 PM

views 72

জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰাৰ বাবে নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত কয় যে, সমগ্র বিশ্বই দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে পালন কৰিছে। তেওঁ কয় যে, যোগ দিৱসৰ আয়োজন আগবঢ়াৰ লগে লগে প্ৰতিবছৰে নতন নতুন অভিলেখৰো সৃষ্টি হৈছে। এনে ধৰণৰ একাংশ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চৌদি আৰৱত এইব...

June 30, 2024 5:34 PM

views 70

জম্মু কাশ্মীৰৰ স্নোপিজ নামৰ বিশেষ মটৰ মাহৰ পুলৱামাৰ পৰা লণ্ডনলৈ প্ৰথমটো খেপ প্ৰেৰণ

জম্মু কাশ্মীৰৰ স্নোপিজ নামৰ বিশেষ মটৰ মাহৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অলপতে পুলৱামাৰ পৰা লণ্ডনলৈ এই মটৰৰ প্ৰথমটো খেপ প্ৰেৰণ কৰা হৈছে। এই সফলতাই জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সমুদ্ধিৰ নতুন দুৱাৰ মুকলি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। প্রধানমন্...

June 30, 2024 5:32 PM

views 69

কাৰথুম্বি নামৰ বিশেষ ছাতিৰ নিৰ্মাণ কৰাৰ বাবে কেৰালাৰ জনজাতীয় মহিলাসকলক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

বাৰিষা ঋতু সন্দৰ্ভত মত প্ৰকাশ কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাত নিৰ্মাণ কৰা কাৰথুম্বি নামৰ এবিধ বিশেষ ছাতিৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে এই ৰং বিৰঙৰ ছাতি নিৰ্মাণ কৰাৰ বাবে কেৰালাৰ জনজাতীয় মহিলাসকলৰ প্ৰশংসা কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত এই ছাতিৰ বৰ্ধিত চা...

June 30, 2024 5:20 PM

views 83

লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসাধাৰণক শলাগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত দেশৰ সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি পুনৰ আস্থা প্ৰকাশ কৰাৰ বাবে জনসাধাৰণৰ শলাগ লৈছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি শ্রীমোদীয়ে কয় যে, চলিত বৰ্ষৰ সাধাৰণ নিৰ্বাচন বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনৰূপে পৰিগণিত হৈছে আ...

June 30, 2024 5:17 PM

views 74

কুৱেইটৰ ৰাষ্ট্ৰীয় ৰেডিঅ’ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান প্ৰচাৰৰ বাবে  কুৱেইটৰ চৰকাৰ আৰু জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

কুৱেইট চৰকাৰে ৰাষ্ট্ৰীয় ৰেডিঅ'ত হিন্দী ভাষাত বিশেষ অনুষ্ঠান আৰম্ভ কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰতি দেওবাৰে কুৱেইট ৰেডিঅ'ত আধা ঘণ্টাৰ বাবে এই অনুষ্ঠান প্ৰচাৰ কৰা হয়। দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত ভাৰতীয় চলচ্চিত্ৰ আৰু ক...

June 30, 2024 5:12 PM

views 69

মাতৃৰ সৈতে এটি গছপুলি ৰোপণ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

এইবেলি বিশ্ব পৰিবেশ দিৱস উপলক্ষে আৰম্ভ কৰা এক পেড় মা কে নাম নামৰ বিশেষ অভিযানৰ কথা উল্লেখ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বৰে জনসাধাৰণক মাতৃৰ সৈতে এটি গছপুলি ৰোপণ কৰিবলৈ অথবা এটি পুলি মাৰ নামত উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, এই অভিযানে প্রত্যককে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।