August 25, 2024 6:40 PM
74
অসমৰ তিনিচুকীয়াৰ বাৰেকুৰিৰ গাঁৱৰ মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগ মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ
মানুহ আৰু জীৱ-জন্তুৰ আত্মিক বান্ধোনৰ প্ৰসংগৰে প্ৰধানমন্ত্ৰীয়ে অসমৰ তিনিচুকীয়া জিলাৰ প্ৰান্তীয় গাওঁ বাৰেকুৰিৰ বিষয়ে মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে, এই গাওঁখনত বাসিন্দাসকলে মৰাণ জনগোষ্ঠীয় লোক আৰু তেওঁলোক হলৌ বান্দৰৰ সৈতে মৰমৰ বান্ধোনেৰে সংপৃক্ত হৈ আছে। তেওঁ কয় যে, গাওঁবাসীয়ে যেতিয়া হলৌ বা...