মনৰ কথা

September 29, 2024 6:48 PM

views 61

দেশৰ চুকে কোণে পানী সংৰক্ষণত প্ৰধানমন্ত্ৰীৰ গুৰুত্ব

পানী সংৰক্ষণত গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, বৰষুণৰ বতৰত সংগ্ৰহ কৰা পানীয়ে নাটনিৰ দিনত বহুতো সহায় কৰে। এই ক্ষেত্ৰত তেওঁ ঝানছিৰ বুন্দেল খণ্ড অঞ্চলৰ উদাহৰণ দি কয় যে, একাংশ মহিলাই বৰষুণৰ পানীক বিশেষভাৱে বোৱাই নি ঘুৰাৰি নদীক এটা নতুন জীৱন দিবলৈ সমৰ...

September 29, 2024 6:42 PM

views 58

বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধীৰে বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাডুৰাইৰ শুভাশ্রীক প্রধানমন্ত্রীৰ প্ৰশংসা

আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ নামত এজুপি গছ অর্থাৎ‍ এক পেৰ মা কে নাম অভিযানত অংশ গ্রহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে। তেওঁ কয় যে, এই অভিযানৰ সাফল্যই সমগ্ৰ সমাজখনক অভাৱনীয় ফলাফল দিব। এই ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰা উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ত...

September 29, 2024 6:34 PM

views 67

মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছে। তেওঁ কয় যে, দৰিদ্ৰ শ্ৰেণী, মধ্যবিত্ত আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ মেক ইন ইণ্ডিয়াৰ জৰিয়তে বহু লাভান্বিত হৈছে আৰু ইয়াৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ প...

September 29, 2024 6:31 PM

views 59

দেশৰ জনসাধাৰণ যোগাত্মক তথ্য পাবৰ বাবে কিমান আগ্ৰহী সেয়া মন কী বাতে প্ৰমাণ কৰি দেখুৱাইছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

মন কী বাতৰ ১১৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে, এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক, কাৰণ এই অনুষ্ঠানে ১০ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় যে, ১০ বছৰ পূৰ্বে ৩ অক্টোবৰত বিজয়া দশমীৰ দিনা মন কী বাত আৰম্ভ হৈছিল। তেওঁ কয় যে, দেশৰ বিভিন্ন কোণৰ পৰা বিভিন্ন বিষয়ৰ তথ্য দি কোটি ...

September 29, 2024 6:28 PM

views 63

স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সকলোকে আহ্বান

স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত কয় যে, ২ অক্টোবৰত এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ'ব আৰু মানুহৰ মাজত আৱৰ্জনাক সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মন্ত্ৰ জনপ্ৰিয় হোৱাৰ কথাই এই অভিযানৰ সাফল্যকে নিৰ্দেশ কৰিছে। তেওঁ কয় যে, বর্তমান দেশবাসীয়ে হ্রাস, পুনৰ ব্য...

September 22, 2024 11:47 AM

views 51

২৯ ছেপ্তেম্বৰত আকাশবাণীৰ ১১৪ সংখ্যক  মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰ...

September 15, 2024 8:22 PM

views 69

২৯ ছেপ্তেম্বৰৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ বাবে প্রধানমন্ত্ৰীৰ জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ- বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰ...

August 25, 2024 8:46 PM

views 96

বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক আহ্বান

প্রধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি কয় যে, এইবছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁৰ এই আহ্বানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্...

August 25, 2024 7:57 PM

views 65

বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। লগতে মাতৃৰ নামত এটা গছপুলি ৰোৱা অভিযানতো অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। প্রধানমন্ত্ৰীয়ে জনসাধাৰণক সৱল সুঠাম হৈ থকাত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আৰু জীৱনশৈল...

August 25, 2024 6:45 PM

views 70

মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱ সমাজ বহু পৰিমাণে লাভান্বিত হৈছে। আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া অনুষ্ঠান মন কী বাতত আজি প্রধানমন্ত্রীয়ে কয় যে, দেশত বহু ক্ষেত্ৰত সংস্কাৰমূলক কাম-কাজ হৈছে আৰু এইসমূহ কাম-কাজে উন্নত ভাৰতৰ ভেটি শক্তিশালী কৰিব। তেওঁ কয় যে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।