বতৰ

July 29, 2026 2:29 PM

views 29

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই...

July 25, 2026 8:30 PM

views 28

ৰাজ্যৰ সাম্প্ৰতিক বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন, উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২ খন জিলাৰ ৮৫৬ খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে।  বানৰ ফলত কালি আৰু...

July 25, 2026 12:04 PM

views 34

চৰাইদেউৰ ১০০ শতাংশ স্থানত সাহায্য প্ৰদান, নাজিৰা-শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ জিলাৰ ১০০ শতাংশ স্থানত সাহায্য সামগ্রী প্রদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ ৩০ শতাংশ আৰু শিৱসাগৰৰ ২০ শতাংশ লোকৰ সৈতে এতিয়াও প্রশাসনে সম্পর্ক স্থাপন কৰিব পৰা নাই বুলি প্ৰকাশ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।  ...

July 25, 2026 12:01 PM

views 33

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয়, বানত ৬১জনৰ প্ৰাণহানি

অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২ খন জিলাৰ ৮৫৬খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে।  এইবাৰৰ বানত ৭ লাখ ৫১ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু ...

July 23, 2026 7:47 PM

views 20

সাম্প্রতিক বানত ৰাজ্যৰ ৮৮৯খন গাঁৱৰ ৬,৪৩,৩৬৪ জন লোক ক্ষতিগ্ৰস্ত; ৪১জন লোকৰ প্ৰাণহানি

সাম্প্রতিক বানত ৰাজ্যখনৰ ৮৮৯ খন গাঁৱৰ ৬ লাখ ৪৩ হাজাৰ ৩৬৪ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৪ হাজাৰ ৮৯১ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে।  প্ৰশাসনে ক্ষতিগ্রস্ত জি...

July 23, 2026 7:41 PM

views 28

গোলাঘাটৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানত হোৱা ক্ষয়-ক্ষতি, উদ্ধাৰ অভিযানৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানত হোৱা ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়।  গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ চিনিয়ৰ বুনিয়াদী ব...

July 22, 2026 7:35 PM

views 24

সাম্প্ৰতিক বানত ৰাজ্যৰ ১৬খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্রস্ত, ৩১জন লোকৰ মৃত্যু

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। শেহতীয়া বানত ১৬ খন জিলাৰ ৫ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কৱলত পৰিছে। চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৩১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৪৪টা ৰাজহ চক্ৰৰ ৮৭২ খন গাঁৱৰ ২৪ হাজাৰ ২১০ হেক্টৰ কৃষিভূ...

July 17, 2026 12:27 PM

views 19

বতৰৰ বতৰা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

July 9, 2026 2:17 PM

views 23

অহা ৩-৪ দিনত ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি আজি আৰু অহা ৩-৪ দিনত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেতবোৰ স্থানত প্ৰবল বৰষুণৰ লগতে গাজনি-ঢেৰেকনিৰে ধুমুহা অহাৰ সম্ভাৱনা আছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত ৬ ছেন্টিমিটাৰ পর্যন্ত গাজনি-ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। ইয়াৰ ফলত পানী জমা হৈ অ...

July 8, 2026 1:30 PM

views 22

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজানন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।