February 25, 2025 7:59 PM

views 54

অশোক কুমাৰ দাসক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ

বৰপেটা জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে হত্যাৰ অপৰাধত আজি অশোক কুমাৰ দাস নামৰ এজন লোকক ১০ হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। জৰিমনা আদায় নিদিলে অপৰাধীয়ে অতিৰিক্ত ছমাহ সশ্ৰম কাৰাবাস খাটিব লাগিব বুলি আদালতে ৰায়ত উল্লেখ কৰে। উল্লেখযোগ্য যে বৰপেটাৰ পালাংদিহাতীৰ বাসিন্দা দাসে ২০১৭ চনৰ ...

February 25, 2025 7:36 PM

views 41

ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ ব্যাপক প্রস্তুতি

কাইলৈ মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। শিৱ মন্দিৰসমূহ পূজাৰ বাবে সজাই পৰাই তোলা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয...

February 25, 2025 7:31 PM

views 77

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। অন্যান্য জিলাতো আয়ুক্তসকলে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কোকৰাঝাৰ জিলাত আজি এডভান্টেজ আছাম সন্মিলনৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হয় ৷ জিলাখনৰ বিজ্ঞান মহাবিদ্যা...

February 25, 2025 7:29 PM

views 50

অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে অসম এতিয়া দেশৰ বিকাশৰ ইঞ্জিনত পৰিণত হৈছে। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি তেওঁৰ দায়িত্বত থকা আন দুটা মন্ত্ৰ্যালয়, ৰে'ল আৰু বৈদ্যুতিন আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ৰ অধীনত...

February 25, 2025 6:58 PM

views 70

অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছেঃ প্রধানমন্ত্ৰী মোদী

অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। একেদৰে গোলকীয় অনিশ্চয়তাৰ মাজতো বিশ্বৰ বহু বিশেষজ্ঞই সম্প্ৰতি ভাৰতৰ খৰতকীয়া বিকাশৰ কথা আলোচনা কৰিবলৈ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ...

February 25, 2025 6:47 PM

views 52

মৰিগাঁওৰ জাগীৰোডৰ সিন্ধিচৰত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

মৰিগাঁও জিলাৰ জাগীৰোডৰ সিন্ধিচৰত আজি সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে সমগ্ৰ অঞ্চলজুৰি বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাগীৰোড সমজিলা আয়ুক্ত বিমান দাসে মুকলি কৰা এই শোভাযাত্ৰাত তিৱা জনগোষ্ঠীৰ উপৰি মিছিং, বড়ো, কাৰ্বি, ৰাভা, আদি বিভিন্ন জনগোষ্ঠীৰ ক...

February 25, 2025 6:46 PM

views 65

দেশৰ কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভাণ্টেজ আছামৰ উদ্বোধনী সত্ৰত আজি কেইবাটাও আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীয়ে অসমত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে। আজিৰ অনুষ্ঠানত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, টাটা ছ’ন্সৰ অধ্যক্ষ ...

February 25, 2025 6:44 PM

views 56

গুৱাহাটীত আজি দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

অসমৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে নতুন ভৱিষ্যত সূচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে। একেদৰে গোলকীয় অনিশ্চয়তাৰ মাজতো বিশ্বৰ বহু বিশেষজ্ঞই সম্প্ৰতি ভাৰতৰ খৰতকীয়া বিকাশৰ কথা আলোচনা কৰিবলৈ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ...

February 24, 2025 8:31 PM

views 49

মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙৰ বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ

মিজোৰামৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে আজি ৰাজ্যখনত বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৫ৰ শুভাৰম্ভ কৰে। বিত্তীয় সাক্ষৰতা-মহিলাৰ সমৃদ্ধি শীৰ্ষক বিষয়েৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত অংশ লৈ ৰাজ্যপালগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনিত হো...

February 24, 2025 8:28 PM

views 57

বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত বিভাগটোৰ কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী

বি টি চিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত আজি কোকৰাঝাৰত বিভাগটোৰ কৰ্মচাৰীসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বি টি চিৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য ডাউবৈচা বড়োৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ সংশ্লিষ্ট ক্ষেত্ৰত জ্ঞান আ...