February 24, 2025 7:57 PM

views 52

এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ...

February 24, 2025 7:41 PM

views 67

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ঝুমইৰ বিনন্দিনী আৰু বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পূর্বে গুৱাহাটীত উপস্থিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কে...

February 24, 2025 7:07 PM

views 63

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ ঊনবিংশ কিস্তিত ৰাজ্যখনৰ প্ৰায় ২০ লাখ ৮৭ হাজাৰ কৃষকে মুঠ ৪৭৫ কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে। এই অভিলাসী আঁচনিৰ জৰিয়তে কৃষকসকলক প্রত্যক্ষ আর্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ সমৃদ্ধিশালী জীৱন সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহ...

February 24, 2025 6:54 PM

views 64

এডভান্টেজ আছাম শীর্ষ সন্মিলনত বি টি চি প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰদৰ্শনি মুকলি কৰা হ’ব

এডভান্টেজ আছাম শীর্ষ সন্মিলনত বি টি চি প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰদৰ্শনি মুকলি কৰা হ'ব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এই বিষয়ে প্রকাশ কৰে। এই প্ৰদৰ্শনীত বি টি আৰৰ পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থানসমূহৰ তথ্য, হস্ততাত শিল্প, কৃষি আৰু অঞ্চলটোত ৰূপায়ণ কৰা বিভি...

February 24, 2025 6:52 PM

views 43

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ ...

February 24, 2025 7:03 PM

views 85

ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী মোদীয়ে শুভৰাম্ভ কৰিব

অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া চহকী ঐতিহ্যক উদ্যাপনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি আয়োজন কৰা ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ কিছু সময় পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভৰাম্ভ কৰিব। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানৰ বাবে আঠ সহস্রাধিক শিল্পী সমাবেত হৈছে। ৰঙা পাৰিৰ শুভ্ৰ শাৰী ...

February 24, 2025 1:02 PM

views 45

১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰি বিশ্বৰ দ্রুততম বেটছমেন হিচাপে পৰিগণিত বিৰাট কোহলী

আই চি চি চেম্পিয়নছ ট্ৰফীত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। বিৰাট কোহলীয়ে শতক অৰ্জন কৰি পাকিস্তানৰ বলিং আক্রমণ প্রতিহত কৰে। প্ৰথমে বেটিং কৰিবলৈ লৈ পাকিস্তানে দুটা বল বাকী থকা অৱস্থাত ২৪১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়। ...

February 24, 2025 12:59 PM

views 107

তিনিচুকীয়াত মটক জনগোষ্ঠী লোকসকলৰ কালিৰেপৰা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন

তিনিচুকীয়া জিলাৰ জানমুখত মটক জনগোষ্ঠী লোকসকলে কালিৰেপৰা নৰাছিঙা বিহু নাইবা নৰাছিঙা গৰখীয়া ভোজৰ আয়োজন কৰিছে। কৃষি ভিত্তিক এই উৎসৱ প্ৰধানকৈ গৰখীয়া সমাজখনক কেন্দ্ৰ কৰি পালন কৰা হয়। উজনি অসমৰ মটক জনগোষ্ঠী বসতিপ্রধান গাঁওসমূহত এই বিহু পালন কৰা হয় যদিও জানমুখত কেইবা শতিকা ধৰি এই বিহু পালন কৰা হয় আহ...

February 24, 2025 12:58 PM

views 39

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক কালি প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান

বিশিষ্ট চিত্রশিল্পী দিলীপ তামুলীক কালি প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিত্ৰী শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে গামোচা, প্রশস্তি পত্ৰ, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা। শিল্পী প্ৰণৱ বৰুৱাৰ পৰিয়াল তথা প্ৰণৱ বৰুৱা ...

February 24, 2025 12:56 PM

views 66

কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি প্রমোদ বড়োৰ

বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা এটা প্ৰেক্ষাগৃহ মুকলি কৰে। বি টি আৰ চুক্তি অনুসৰি প্ৰতিটো পৰিষদীয় সমষ্টিতে এনে ধৰণৰ সামূহিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নৱ নিৰ্মিত কাজল গাঁৱৰ এই প্ৰেক্ষাগৃহটো মুকলি...