February 24, 2025 12:53 PM

views 54

ড° এছ জয়শংকৰৰ নেতৃত্বত অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

ৰাজ্য চৰকাৰে আয়োজন কৰা এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ অহা ৪৫ খন দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তই আজি একেলগে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত অহা দলটোৱে কালি কাজিৰঙাত নিশা যাপন কৰে। ৰাষ্ট্ৰদূতসক...

February 24, 2025 12:48 PM

views 73

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমইৰ বিনন্দিনী

চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা ঝুমইৰ বিনন্দিনী আজি গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে আজি ৮ হাজাৰৰো অধিক নাচনী আৰু কলা-কুশলীয়ে ঝুমইৰ বিনন্দিনীৰ অনুষ্ঠান পৰি...

February 24, 2025 12:44 PM

views 67

ঝুমইৰ বিনন্দিনী আৰু এডভান্টেজ আছাম শীর্ষ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী আজি অসম আগমণ

এডভান্টেজ আছাম শীর্ষ সন্মিলনত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব। শ্রীমোডীয়ে আজি ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনী উপভোগ কৰি সন্ধিয়াৰ ভাগত সন্মিলনৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। কাইলৈ প্ৰধানমন্ত্রীয়ে এডভান্টেজ আছাম শীর্ষ সন্মিলন আনুষ্ঠানিকভাৱে শ...

February 24, 2025 12:14 PM

views 37

আই চি চি চেম্পিয়নছ ট্ৰফীত ভাৰতৰ হাত পাকিস্তান ৬ উইকেটত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফীত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হোৱা খেলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাস্ত কৰে। বিৰাট কোহলীয়ে উল্লেখযোগ্য শতক অৰ্জন কৰি পাকিস্তানৰ বলিং আক্রমণ প্রতিহত কৰে। প্ৰথমে বেটিং কৰিবলৈ লৈ পাকিস্তানে দুটা বল বাকী থকা অৱস্থাত ২৪১ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হে...

February 24, 2025 12:12 PM

views 28

ঢাকাত ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ১১১ বছৰীয়া জয়ন্তী উপলক্ষে বাংলাদেশৰ ঢাকাৰ ভাৰতীয় সংস্কৃতি কেন্দ্ৰত ভাৰতীয় চিনেমাৰ যাত্ৰা শীৰ্ষক এটা চহকী আৰু তথ্য সমৃদ্ধ প্ৰদৰ্শনী মুকলি কৰা হয়। ভাৰতৰ উচ্চ আয়ুক্ত প্ৰণয় ভার্মাই ঢাকাত ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই প্রদর্শনীখন মুকলি কৰে। উদ্বোধন...

February 24, 2025 12:10 PM

views 51

মালদ্বীৰ স্বাস্থ্যমন্ত্রী আব্দুল্লা নাজিম ইব্রাহিম সাক্ষাৎ জে.পি. নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত মালদ্বীৰ স্বাস্থ্যমন্ত্রী আব্দুল্লা নাজিম ইব্রাহিম সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রীনাড্ডাই কয়, যে বৈঠকত দুয়োপক্ষই স্বাস্থ্যখণ্ডৰ বিশেষকৈ ডিজিটেল স্বাস্থ্য, ঔষধ, মানসিক স্বাস্থ্য আৰু স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীসকলৰ সামৰ্...

February 24, 2025 12:08 PM

views 60

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰা বুলি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰ...

February 24, 2025 12:04 PM

views 55

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ ৰাওনা

ভাৰত-ফ্রান্স প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰী ভ্ৰমণসূচীৰে সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী কালি ফ্রান্সলৈ গৈছে। আজি পেৰিছৰ লেছ ইনভেলিদেছত হ'বলগীয়া ফ্ৰান্সৰ জ্যেষ্ঠ সামৰিক নেতৃত্বৰ সৈতে জেনেৰেল দ্বিবেদী বৈঠকত মিলিত হ'ব। সামৰিক অভিবাদনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পা...

February 24, 2025 12:01 PM

views 61

আকাশবাণীৰ পাব্লিক স্পীকত আজি ড° সুনীল পাণ্ডে আৰু মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত পুনৰ ব্যৱহাৰ আৰু আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত বৃত্তীয় অর্থনীতি তথা আৱৰ্জনা ব্যৱস্থাপনা বিশেষজ্ঞ ড° সুনীল পাণ্ডে আৰু পৰিৱেশবিদ মুকুল সানৱালৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ...

February 24, 2025 11:59 AM

views 47

গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন আজি নতুন দিল্লীত আৰম্ভ

শান্তি ৰক্ষাত মহিলাঃ গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন আজি নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। গ্লোৱেল ছাউথৰ দেশসমূহৰ ৩৫টা বাহিনী...