February 23, 2025 8:41 PM

views 22

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ মৃত্যু

মঙলদৈ ক্রীড়া সন্থাৰ প্ৰাক্তন খো খো খেলুৱৈ ধৰিত্ৰী বৰাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৩ বছৰ। দীৰ্ঘদিন ধৰি যকৃতকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল। দৰং জিলাৰ মেনাপাৰা নিৱাসী ধৰিত্ৰীয়ে আন্তঃজিলা ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত কেইবাবাৰো...

February 23, 2025 8:34 PM

views 53

আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত ভাৰতক জয়ৰ বাবে পাকিস্তানৰ ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ

ডুবাইত আজি অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফীৰ খেলখনত পাকিস্তানে ভাৰতক জয়ৰ বাবে ২৪২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লোৱা পাকিস্তানে ভাৰতীয় বলাৰৰ নিয়ন্ত্রিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৪৯ অভাৰ ৪ টা বলত ২৪১ ৰাণত আটাইকেইটা উইকেট হেৰুৱায়৷ পাকিস্তানৰ চাউদ চাকিলে ৬২,...

February 23, 2025 8:30 PM

views 40

২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বোকাখাত গ্ৰন্থমেলাৰ আয়োজন

গোলাঘাট জিলাৰ বোকাখাতত অহা ২২ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ আয়োজিত বোকাখাত গ্ৰন্থমেলাৰ বাবে উদ্যোক্তাসকলে প্রস্তুতি চলাইছে। আজি বোকাখাত জাতীয় বিদ্যালয়ত গ্ৰন্থমেলাৰ শীৰ্ষ গীত মুকলি আৰু ইয়াৰ চূড়ান্ত কার্যসূচী সম্পর্কে সংবাদমেলত উদ্যোক্তাসকলে অৱগত কৰে। গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে সাহিত্য সন্মিলন, শিল্প চিন্...

February 23, 2025 8:21 PM

views 33

আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

আকাশবাণী নগাঁও কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলাখনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভালেসংখ্যক শিল্পী, কলা-কুশলীয়ে অংশ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া, কৰ্মচাৰী তথা ...

February 23, 2025 8:18 PM

views 44

এন আই এল পিৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে শিক্ষা বিভাগৰ ১০৩৭ কোটি টকা ধাৰ্য

ৰাজ্যখনৰ শিক্ষা বিভাগে চিনাক্ত কৰা ১৫ বছৰৰ ঊৰ্ধৰ ৭ লাখ ১২ হাজাৰ নিৰক্ষৰ লোকক সাক্ষৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী, এন আই এল পিৰ অধীনত অভিযান চলি আছে। এই কাৰ্যসূচীৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে ১০৩৭ কোটি টকা ধাৰ্য কৰা ...

February 23, 2025 8:12 PM

views 46

পাকিস্তানৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি

পাকিস্তানে কালি সন্ধিয়া তেওঁলোকৰ জিম্মাত থকা ২২ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিয়ে। মাছমৰীয়াকেইজনে আট্টাৰী-বাঘা যুটীয়া চেকপ'ষ্টৰ মাজেৰে দেশলৈ প্ৰত্যাৱৰ্তন কৰে। উল্লেখযোগ্য যে, ২০২১-২২ চনৰ সময়ছোৱাত সাগৰত মাছ ধৰি থকা অৱস্থাত অসাৱধানতাৱশতঃ তেওঁলোকে পাকিস্তানৰ জলৰাশিত প্ৰৱেশ কৰিছিল। ইয়াৰ বাবে...

February 23, 2025 8:07 PM

views 20

সীমান্ত সুৰক্ষা বাহিনীৰ পঞ্জাৱ গোটৰ সৌজন্যত অমৃতসৰত ব’ৰ্ডাৰমেন মাৰাথন-২০২৫ৰ আয়োজন

সীমান্ত সুৰক্ষা বাহিনীৰ পঞ্জাৱ গোটে আজি অমৃতসৰত ব'ৰ্ডাৰমেন মাৰাথন-২০২৫ৰ আয়োজন কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধুৰী তথা বাহিনীটোৰ পঞ্জাৱ গোটৰ মহা-পৰিদৰ্শক ড০ অতুল ফুলজেলে আজি পুৱা গোল্ডেন গেটৰ পৰা পতাকা জোকাৰি এই কাৰ্য্যসূচী মুকলি কৰে। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে অসামৰিক ল...

February 23, 2025 8:03 PM

views 39

বাংলাদেশত কনিষ্ঠ চিকিৎসকসকলৰ দেশজুৰি সম্পূৰ্ণ কৰ্ম-বিৰতি পালন

বাংলাদেশৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসকসকলে স্বাস্থ্য সেৱা খণ্ডত সংস্কাৰকে ধৰি তেওঁলোকৰ ৫ দফীয়া দাবী পূৰণৰ বাবে সম্পূৰ্ণ কৰ্ম-বিৰতি কাৰ্য্যসূচী ৰূপায়ণ কৰে। কনিষ্ঠ চিকিৎসকসকলৰ পৰিষদৰ আহ্বানত এই প্ৰতিবাদী কাৰ্য্যসূচী পুৱা ৮ বজাত আৰম্ভ হয়। ইয়াৰ ফলত ৰোগীসকল অসুবিধাৰ সন্মুখীন...

February 23, 2025 7:59 PM

views 33

মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন সোমবাৰে নতুন দিল্লীত

শান্তি ৰক্ষাত মহিলা গ্লোৱেল ছাউথৰ দৃষ্টিভংগী সন্দৰ্ভত মহিলা শান্তিৰক্ষকসকলৰ প্ৰথমখন সন্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা কেন্দ্ৰ তথা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সহযোগত দুদিনীয়া কাৰ্য্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। গ্লোৱেল ছাউথৰ দেশসমূহৰ ৩৫ টা বা...

February 23, 2025 7:53 PM

views 38

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নতুন দিল্লীত সাক্ষাৎ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত থকা তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণমূলক আঁচনি তথা তেওঁৰ নেতৃত্বৰ ওপৰত দিল্লীত জনসাধাৰণে অতুলনীয় বিশ্বাস প্ৰদৰ্শন কৰিছে।...