এডভান্টেজ আছাম শীর্ষ সন্মিলনত বি টি চি প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰদৰ্শনি মুকলি কৰা হ’ব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এই বিষয়ে প্রকাশ কৰে। এই প্ৰদৰ্শনীত বি টি আৰৰ পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্থানসমূহৰ তথ্য, হস্ততাত শিল্প, কৃষি আৰু অঞ্চলটোত ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰা হ’ব। এই সন্মিলনে বি টি আৰক উপকৃত কৰিব বুলি শ্ৰী বড়োৱে আশা প্রকাশ কৰে।
Assamese | February 24, 2025 6:54 PM | Advantage Assam | BTC
এডভান্টেজ আছাম শীর্ষ সন্মিলনত বি টি চি প্ৰশাসনৰ তৰফৰ পৰা এখন প্ৰদৰ্শনি মুকলি কৰা হ’ব