October 5, 2026 8:18 PM
3
বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন
বি পি এফ নেতৃত্বাধীন বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ এবছৰীয়া বৰ্ষপূর্তি অনুষ্ঠান আজি কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ অংশ হিচাপে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কার্যবাহী সদস্য আৰু এম চি এল এ সকলৰ সৈতে দোতমাৰ তুলুঙাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু বাতিপাৰাত বড়োলেণ্ড আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ সুজিত নাৰ্জাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। বি টি চি বিধানসভাত উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে বডো...