বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন কাইলৈ অনুষ্ঠিত হ’ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিবেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ ১০ বজাত এই অধিবেশন আৰম্ভ হ’ব।
Assamese | October 8, 2025 6:16 PM | Akashvani | Akashvani News | BTC
বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন কাইলৈ অনুষ্ঠিত