February 26, 2025 12:06 PM

views 59

অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰে কেন্দ্ৰীয় চৰকাৰে

অসমত চিনাক্ত হোৱা অবৈধ বিদেশী প্রত্যাপৰ্ণৰ বিষয়টো সর্বোচ্চ পৰ্যায়ত বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক কালি অৱগত কৰে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্বল ভূঞাৰ বিচাৰপীঠক কালি চ’লিছিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে চিনাক্ত হোৱা বিদেশীৰ প্ৰত্যাপর্ণ স...

February 26, 2025 12:01 PM

views 61

অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় উচ্চতম ন্যায়ালয়ে সুৰক্ষিত ৰাখে

উচ্চতম ন্যায়ালয়ে অসমত ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্ত বিচাৰি ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ ৰায় কালি সুৰক্ষিত ৰাখে। অসম চৰকাৰে এনকাউণ্টাৰসমূহৰ তদন্তৰ বাবে ২০১৪ চনৰ নীতি-নিৰ্দেশনাসমূহ মানি আহিছে আৰু এইক্ষেত্ৰত নিৰাপত্তা বাহিনীক অনাহকত লক্ষ্য কৰি লোৱাটো দুর্ভাগ্যজনক বুলি কালি সর্বোচ্চ ন্যায়ালয়ত প...

February 26, 2025 11:56 AM

views 46

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ডিজিটেল আন্তঃগাঁথনি সবলীকৰণেৰে এখন নতুন অসম গঢ়িবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত কালি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এভাণ্টেজ আচামৰ অংশ হিচাপে আই ৱে'ৰ ...

February 26, 2025 11:50 AM

views 57

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ম্যানমাৰ-থাইলেণ্ড সংযোগী ত্রিদেশী ঘাইপথে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত নির্ণায়ক পৰিৱৰ্তনৰ সূচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ কালি প্ৰথম দিনা এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফার্ষ্ট শীর্ষক আলোচনা সত্ৰত অংশ...

February 26, 2025 11:40 AM

views 114

অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

অসম সম্প্রতি অপাৰ সম্ভাৱনাৰ কেন্দ্ৰ আৰু দক্ষিণ পূৱ এছিয়া তথা ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত কালি বিনিয়োগ আৰু আন্তগাথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছাম মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কূটনীতিবিদ, আগশাৰীৰ উদ্যোগপতি, বিদেশী প্...

February 26, 2025 11:35 AM

views 76

অসমে অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণৰ দ্বাৰা ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিবঃ ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে সম্প্রতি অত্যাধুনিক প্ৰযুক্তিৰ ভেটি নিৰ্মাণ কৰিছে আৰু ই ঔদ্যোগিক খণ্ডৰ বিকাশ সাধনৰ লগতে ৰাজ্যখনক বিশ্বৰ ছেমিকণ্ডাক্টৰ মানচিত্ৰত স্থান দিব। দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত কালি বিকশিত ভাৰতবৰ্ষৰ লক্ষ্যপ্রাপ্তিৰ বাবে অসমত ছেমিকণ্ডাক্টৰ খণ্ডক আগুৱাই নিয়া শীর্ষক বিষয় ভিত্তিক সত্ৰত ভাষণ দি ম...

February 26, 2025 11:30 AM

views 62

এডভান্টেজ আছামত দেশ-বিদেশী বিনিয়োগকাৰীৰ অসমৰ বাবে ১ লাখ ৮০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা

এডভান্টেজ আছামৰ কালি প্ৰথমদিনা দেশ-বিদেশৰ বহু কেইটা উদ্যোগ প্রতিষ্ঠান আৰু উদ্যোগীয়ে ৰাজ্য চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। তদুপৰি, দক্ষতা বিকাশ, নিযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো বুজাবুজিৰ চুক্তিত সম্পাদন হয়। আদানী, ৰিলায়েন্স, বেদান্তা আৰু টাটা গ্রুপে কালি সন্মিলন...

February 25, 2025 8:09 PM

views 28

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকে ধৰি ২১ গৰাকী আম আদমী পাৰ্টীৰ বিধায়কক চলিত দিল্লী বিধানসভা অধিবেশনত তিনিদিনৰ বাবে নিলম্বন

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশী, গোপাল ৰায়, ইমৰাণ হুছেইন, বিশেষ ৰবীকে ধৰি ২১ গৰাকী আম আদমী পাৰ্টীৰ বিধায়কক চলিত দিল্লী বিধানসভা অধিবেশনত তিনিদিনৰ বাবে নিলম্বন কৰা হৈছে। আজি দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ চাক্সেনাৰ অভিভাষণৰ সময়ত এইকেইজন বিধায়কে প্ৰদৰ্শন কৰা উশৃংখল আচৰণৰ বাবে তেওঁলোকৰ বিৰুদ্ধে...

February 25, 2025 8:07 PM

views 52

ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুটিৰূপে পৰিগণিত হ’ব বুলি পিয়ুছ গোৱেলৰ মন্তব্য

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুছ গোৱেলে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত মাইলৰ খুটিৰূপে পৰিগণিত হ'ব বুলি মন্তব্য কৰিছে। শ্রীগোৱেলে আজি নতুন দিল্লীত ব্ৰিটেইনৰ ব্যৱসায় আৰু বাণিজ্য মন্ত্ৰী জোনাথন ৰে'নল্ডছৰ নেতৃত্বত অহা এটা প্ৰতিনিধি দলৰ সৈ...

February 25, 2025 8:06 PM

views 25

প্রাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত

দিল্লীৰ এখন আদালতে আজি ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ সময়ৰ এটা হত্যাৰ গোচৰৰ সংক্ৰান্তত প্রাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে। বিশেষ ন্যায়াধীশ কাৱেৰী বাৱেজাই ১৯৮৪ চনৰ ১ নৱেম্বৰত সংঘটিত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুণদীপ সিঙৰ হত্যাৰ সংক্ৰান্তত এই ৰায় প্ৰদান কৰে। পদকীয়া ...