February 27, 2025 3:20 PM

views 43

মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি মুম্বাইত ভাৰত কলিং সন্মিলন, ২০২৫ মুকলি কৰে। সন্মিলনত ভাষণ শ্রী গোৱেলে কয়, যে মেক্ ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কৌশলগত পদক্ষেপসমূহৰ জৰিয়তে দেশ উদ্ভাৱন আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থন...

February 27, 2025 3:17 PM

views 54

৯ দিনীয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱালৈ যাব

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰছিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্...

February 27, 2025 2:57 PM

views 63

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছেঃ বিত্তমন্ত্রী

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দেখা দিয়া বিভিন্ন প্ৰত্যাহ্বান নেওচি ভাৰত বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদ সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমনে কয় যে আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলাৰ কেন্দ্ৰীকৰণৰ বাবে বর্তমান ভালেমান প্রত্যাহ্বান ...

February 27, 2025 2:43 PM

views 59

নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকুম্ভক একতাৰ মহাযজ্ঞ বুলি অভিহিত কৰিছে। তেওঁ কয়, যে নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ কৰি শ্ৰী মোদীয়ে কয়, যে দেশৰ ভৱিষ্যত ৰচনা কৰাৰ বাবে এয়া হৈছে ৰূপান্তৰৰ আৰম্ভণি। মহাকুম্ভত ...

February 27, 2025 2:40 PM

views 62

একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ ৰাষ্ট্ৰপতি মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে। শ্ৰীমতী মুৰ্মুৱে আজি একতাৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰি লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিত পুষ্পমাল্য অর্পণ কৰে। ইয়াৰ পাছত তেওঁ একতা নগৰত জংগল চাফাৰী কৰে। তেওঁ লগতে একতা নগৰত থকা একতা দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰ...

February 26, 2025 9:01 PM

views 74

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ে পূৰ্বতে নোহোৱা ধৰণে সৱল কৰি তুলিছে বুলি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেক তীব্র সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সকলো বৃত্তিতে হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰিছে বুলি দাবী কৰে। সামাজিক মাধ্যমযোগে দিয...

February 26, 2025 8:59 PM

views 39

ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধনৰ বাবে চৰকাৰৰ ছজনীয়া কমিটি গঠন

চৰকাৰে ৰাষ্ট্ৰীয় ক্রীড়া সংঘসমূহক বিত্তীয় সাহায্য প্ৰদানৰ নীতি নিয়মৰ সংশোধন কৰিবলৈ এখন ছজনীয়া কমিটি গঠন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ক্রীড়া বিভাগৰ যুটীয়া সচিব কুনালে এই কমিটিখনৰ নেতৃত্ব বহন কৰিব আৰু কমিটিখনে ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। পেৰিছ অলিম্পিক পা...

February 26, 2025 8:54 PM

views 53

ছুডানত বিমান দুৰ্ঘটনাত  ৪৬জন লোকৰ  মৃত্যু

ছুডানৰ অমডামান চহৰত সেনাবাহিনীৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি পাইছে। সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে যে উত্তৰ অমডাৰমানৰ খাম'ৰ সমীপৱৰ্তী ৱাড়ি চেইদাহ এয়াৰ বেচৰ পৰা এণ্টনভ বিমানখনে উৰিবলৈ আৰম্ভ কৰোতেই দুৰ্ঘটনাটো সংঘটিত হয়। কাৰিকৰী বিজুতিৰ বাবে সংঘটিত বিমান ...

February 26, 2025 8:50 PM

views 68

নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

৭ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছে। ৰাজ্যপাল আফি মহম্মদ খানে আজি পাটনাৰ ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত বিজেপিৰ ৭ গৰাকী বিধায়কক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য কৰোৱায়। শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত সঞ্জয় চৰাৱগি, কৃষ্ণ কুমাৰ মন্টু, ...

February 26, 2025 8:47 PM

views 63

উত্তৰ পূৱ পৰিষদৰ অন্তৰ্গত ১০টা প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয় চৰকাৰক কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীৰ  আহ্বান

কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী তথা উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি উত্তৰ পূৱ পৰিষদৰ অন্তৰ্গত ১০ টা প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয় চৰকাৰক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যখনত উত্তৰ-পূৱ পৰিষদৰ অন্তৰ্গত বিভিন্ন প্রকল্পসমূহৰ পৰ্যালোচনা কৰে। মেঘালয়ে ভিচন ২০৪৭...