কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী তথা উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি উত্তৰ পূৱ পৰিষদৰ অন্তৰ্গত ১০ টা প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয় চৰকাৰক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যখনত উত্তৰ-পূৱ পৰিষদৰ অন্তৰ্গত বিভিন্ন প্রকল্পসমূহৰ পৰ্যালোচনা কৰে। মেঘালয়ে ভিচন ২০৪৭ মার্চ মাহত মুকলি কৰিব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চল দেশৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব।
Assamese | February 26, 2025 8:47 PM | Doner Ministry
উত্তৰ পূৱ পৰিষদৰ অন্তৰ্গত ১০টা প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয় চৰকাৰক কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীৰ আহ্বান