February 26, 2025 8:43 PM

views 65

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ মেঘালয়ৰ ৰি-ভই জিলা ভ্রমণ

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি মেঘালয়ৰ ৰি-ভই জিলা ভ্রমণ কৰি জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰে। তেওঁৰ এই ভ্রমণে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, আৰ্থিক অন্তৰ্ভুক্তি আৰু দক্ষতা বিকাশ তথা আন্তঃগাথনি-এই ৫ টা সূচকৰ ওপৰত গ...

February 26, 2025 8:39 PM

views 36

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দাবী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে দাবী কৰিছে। কয়ম্বটুৰত আজি বিজেপিৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণৰ আ...

February 26, 2025 8:36 PM

views 65

মহিলাসকলে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিব লাগেঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয়, যে মহিলাসকলে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিব লাগে। তেওঁ কয়, যে মহিলাসকল সফল হ’লেহে আমাৰ সমাজ আৰু দেশ সফল হ'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মধ্য প্ৰদেশৰ চাটাৰপুৰ জিলাৰ বাগেশ্বৰ ধামত অনুষ্ঠিত ২৫১ গৰাকী ছোৱালীৰ সমূহীয়া বিবাহৰ কাৰ্যসূচীত ভাষণ দি এইদৰে কয়...

February 26, 2025 8:31 PM

views 51

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উৎসৱসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত উৎসৱসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ কামলে জিলাৰ বোৱাচিমলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত যৌথ ন্যোকুম ইউলো উৎসৱ উদযাপনত অংশগ্ৰহণ কৰি আজি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতক বিশ্বৰ দ্ৰুত বিকশিত অ...

February 26, 2025 8:05 PM

views 50

দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী-বিদেশী বিনিয়োগকাৰীসকলৰ অসমৰ বিভিন্ন স্থান পৰিদৰ্শন

দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী-বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে। ছিংগাপুৰৰ ৰাষ্ট্রদূত আৰু উচ্চ পদস্থ ব্যৱসায়িক প্ৰতিনিধিৰ এটা দলে আজি মৰিগাঁও জিলাৰ জাগীৰোডত নির্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে মালয়েছিয়া, দক্ষি...

February 26, 2025 7:52 PM

views 47

এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে বিভিন্ন জিলাত প্রশাসনৰ কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ

এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজিও বিভিন্ন জিলাত প্রশাসনে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। গোলাঘাট জিলাত আজি প্ৰশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে ৩৪২খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত ১৬৭ কোটি ২৫ লাখ টকা বিনিয়োগ কৰা হ'ব। আজি ৮৯ লাখ টকাৰ তিনিটা বিত্তীয় অনুমোদন মঞ্জুৰ ক...

February 26, 2025 7:47 PM

views 66

অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীকে ধৰি অসমৰ পাঁচখন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্রকল্প স্থাপন কৰিব

দেশৰ নৱৰত্ন কোম্পানীৰ অন্যতম – অইল ইণ্ডিয়া লিমিটেডে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত অসম চৰকাৰৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা আচুতীয়া সাক্ষাৎকাৰত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথে এই বিষয়ে প্ৰকাশ কৰ...

February 26, 2025 7:40 PM

views 62

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্রিক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি

বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনাও কেইবাটাও দেশী- বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ-ইষ্ট লিমিটেডে ৩,২০০ কোটি টকা বিনি...

February 26, 2025 7:35 PM

views 63

ভূটানৰ কৃষি মন্ত্ৰী য়ুনটেন ফুণ্টছ’ৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ

ভূটানৰ কৃষি মন্ত্ৰী য়ুনটেন ফুণ্টছ'ৰ নেতৃত্বত দেশখনৰ ১১গৰাকী সদস্যৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে ভূটানৰ সৈতে অসমৰ সৌহার্দ্যপূর্ণ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি কয় যে কেইবা শতিকাজুৰি অসম আৰু ভুটানে সাংস্কৃতি, ঐতি...

February 26, 2025 6:58 PM

views 37

সমগ্ৰ দেশতে মহা শিৱৰাত্ৰি পালন

মহা শিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্রান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেীটিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি আশুতোষৰ আৰাধনা কৰা হয়। শিৱ...