March 6, 2025 8:36 PM
62
৩০ গৰাকীৰো অধিক মহিলাক সম্বৰ্ধনা লোকমাতা অহিল্যাবাই হ’লকাৰ মহিলা সন্মান অনুষ্ঠানত
কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, এখন অগ্রনী সমাজ গঢ়িবলৈ ইয়াৰ নাগৰিকসকলে অস্পৃশ্যতা, জাতি ভিত্তিক বৈষম্য আৰু অসমতাৰ দৰে কাৰক সমূহৰ পৰা নিজকে মুক্ত কৰিব লাগিব। আজি নতুন দিল্লীত লোকমাতা অহিল্যাবাই হ'লকাৰ মহিলা সন্মান অনুষ্ঠানত এইদৰে প্ৰকাশ কৰি শ্ৰী গাডকাৰীয়ে উচ্চ-নীচ ...