March 6, 2025 7:51 PM

views 49

মঙলদৈ বিধানসভা সমষ্টিত ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত

দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত আজি সর্বমুঠ ৩১ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৩০টাতকৈ অধিক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰে ভিতৰত মুঠ ২৫ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে মঙলদৈৰ নৈৰ ওপৰত দলং আৰু পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানত ২৫ কোটিৰো অধিক টকা ব্যয় সাপ...

March 6, 2025 7:48 PM

views 25

অসম প্ৰকাশন পৰিষদৰ অসমীয়া পৰিভাষাৰ ডিজিটেল এপ মুকলিৰ কাম আৰম্ভ

অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা পৰিভাষাৰ সমস্যা দূৰীকৰণৰ বাবে অসম প্ৰকাশন পৰিষদে এটা এপ মুকলিৰ কাম আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাক অধ্যক্ষৰূপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়। ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমীয়া পৰিভাষাৰ এই ডিজিটেল এপটো সকলোৰে বাবে মুকলি...

March 6, 2025 7:47 PM

views 62

উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে বহিঃৰাজ্যৰ পৰা আমদানি কৰা উচ্চ ফৰ্মেল ডিহাইদযুক্ত চালানী মাছৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে চৰকাৰক মাছ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী যথাযথভাৱে পালন ক...

March 6, 2025 7:44 PM

views 64

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বার্বাডোজৰ ৰাষ্ট্ৰপতিৰ ফ্রীডম অব বার্বাডোজ সন্মান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বার্বাডোজৰ ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা সন্মানীয় ফ্রীডম অব বার্বাডোজ সন্মান শ্ৰীমোদীৰ হৈ আজি ব্রিজটাউনত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই গ্ৰহণ কৰে। বার্বাডোজৰ ৰাষ্ট্ৰপতি চন্দ্ৰা মেছনে দেশখনৰ প্ৰধানমন্ত্ৰী মিয়া মটলীৰ উপস্থিতিত শ্ৰীমাৰ্ঘেৰিটাক এই সন্মান...

March 6, 2025 7:42 PM

views 78

অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ’ব- মুখ্যমন্ত্রী

অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ঐতিহ্যপূৰ্ণ চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আয়োজিত এটা অনুষ্ঠানত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফ...

March 6, 2025 7:03 PM

views 66

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ডুবাইত হ’বলগীয়া ফাইনেলৰ বাবে দশৰ্কৰ অভূতপূৰ্ব উৎসাহ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ অহা দেওবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ লাহোৰৰ গাড্ডাফি ষ্টেডিয়ামত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৫০ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । আই চি চি চেম্পিয়নছ ট্ৰফীৰ ইত...

March 6, 2025 6:59 PM

views 39

আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় কর্মযোগী জনসেৱা কাৰ্যসূচী উদ্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মত ব্যক্ত অমিত যাদৱৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব অমিত যাদৱে নতুন দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় কর্মযোগী জনসেৱা কাৰ্যসূচী উদ্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে। তেওঁ কয়, যে চৰকাৰী সেৱাৰ মৌলিক উদ্দেশ্য হৈছে মানুহৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন অনা। এই কাৰ্যসূচীত চৰকাৰী বিষয়াসকল...

March 6, 2025 6:57 PM

views 38

ৰাজস্থানৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জন সদস্যৰ মৃত্যু

ৰাজস্থানৰ চিৰ'হী জিলাৰ আবু ৰোড চাদাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৱাৰলি অঞ্চলৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ছজন সদস্যৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলাক চিৰ’হী হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুৱতি নিশা প্রায...

March 6, 2025 6:55 PM

views 28

বাংলাদেশৰ শিক্ষাৰ্থীসকলৰ কালি ৰাজশ্বাহীৰ ৰে’ল লাইন অৱৰোধ

ঢাকা বিশ্ববিদ্যালয়ৰ সমাপ্তি আৰু সকলো খণ্ডতে ক্ষমতা আৰু নিয়োগৰ ক্ষেত্ৰত ঢাকা কেন্দ্ৰিক আধিপত্য অন্ত পেলোৱাৰ দাবীৰে বাংলাদেশৰ শিক্ষাৰ্থীসকলে কালি ৰাজশ্বাহীৰ ৰে'ল লাইন অৱৰোধ কৰে। উপদেষ্টা পৰিষদৰ নিয়োগৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় অনুদান আয়োগলৈকে সকলো ক্ষেত্ৰতে ঢাকা আৰু ঢাকা বিশ্ববিদ্যালয়ে আধিপত্য...

March 6, 2025 6:53 PM

views 63

ব্ৰিটেইন ভ্ৰমণৰ সময়ত চৰমপন্থীয়ে নিৰাপত্তা ব্যৱস্থাৰ উলংঘন কৰা বিষয়টোৰ কঠোৰ ভাষাৰে সমালোচনা ড° জয়শংকৰৰ

ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত চৰমপন্থীয়ে নিৰাপত্তা ব্যৱস্থাৰ উলংঘন কৰা বিষয়টোৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত এই কাৰ্য চমপন্থীসকলৰ ক্ষুদ্ৰ গোটৰ কাৰ্য বুলি উল্লেখ কৰে। বিবৃতিটোত উল্লেখ কৰা মতে ভাৰতে এই কাৰ্যৰ নিন্দা কৰিছে আৰ...