January 16, 2025 5:46 PM

views 21

অষ্ট্ৰেলিয়ান অ’পেন টেনিছৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগুৱল এঞ্জেল ৰেয়েছ ভাৰেলা

অষ্ট্ৰেলিয়ান অ'পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিগুৱল এঞ্জেল ৰেয়েছ ভাৰেলা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন খেলত বালাজী আৰু ভাৰেলাৰ যুটিয়ে কাজাখস্তানৰ আলেখছাণ্ডাৰ নেডোভিয়েছভ আৰু নেডাৰলেণ্ডছৰ ৰবিন হাছেৰ যুটিক...

January 16, 2025 1:54 PM

views 32

জোনবিলৰ পাৰত আজিৰে পৰা ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত ঐতিহাসিক জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেওৰজাৰ অৰম বিলত সমূহ...

January 16, 2025 1:41 PM

views 52

ডুবাইত ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ মন্ত্রী বিমল বৰাৰ

■ সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি ডুবাইৰ এটা ৰোড শ্ব’ত এডভান্টেজ আছাম বিনিয়োগ তথা আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰ চলায়। সম্ভাৱ্য বিনিয়োগকাৰীসকলক উৎসাহিত কৰিবলৈ এই ৰোড শ্ব’ত অসমৰ অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডুবাইৰ হিলটন...

January 16, 2025 11:02 AM

views 42

পুৱা ১০.৩০ বজাৰ পৰা মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

● মৰিগাঁৱত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পুৱা ১০.৩০ বজাৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত মৰিগাঁও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে ভালেমান আঁচনি আৰু প্ৰকল্প গ্ৰহণ কৰা হ'ব। জিলাখনৰ ১০০ বছৰীয়া বিদ্যালয়, প্রাদেশিকৃত মহা...

January 16, 2025 10:53 AM

views 44

ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৮ লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ উন্নয়ন সম্পৰ্কে বহুদিনৰ পৰা চিন্তা-চৰ্চা অব্যাহত আছে। ৰাজ্য চৰকাৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ নতুন ভৱন, নতুন আন্তঃগাঁথনি, স্মার্ট ক্লাছ আদিৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সুসজ্জিত কৰাৰ প্ৰয়াস কৰিছে। এনে প্ৰয়াসৰ প্ৰথম ফল বেজেৰা ...

January 15, 2025 8:41 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নবী মুম্বাইৰ খাৰঘৰত শ্ৰীশ্ৰী ৰাধা মদন মোহনজীৰ এটা মন্দিৰ উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নবী মুম্বাইৰ খাৰঘৰত শ্ৰীশ্ৰী ৰাধা মদন মোহনজীৰ এটা মন্দিৰ উদ্বোধন কৰে। প্ৰায় ৯ একৰ ভূমিত ইস্কনে নিৰ্মাণ কৰা এই মন্দিৰটোত ভগৱান শ্ৰীকৃষ্ণৰ লগতে ভালেমান দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰাৰ লগতে ইয়াক বৈদিক শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ আঁচনি লোৱা হৈছে। এই মন্দিৰ প...

January 15, 2025 8:36 PM

views 40

সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শুভেচ্ছা জ্ঞাপন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা দিৱস উপলক্ষে সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীসিঙে কয়, যে সাহস, ত্যাগ আৰু পেচাদাৰিত্বৰ বাবে ভাৰতীয় সেনা সুবিখ্যাত। দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত দেখুওৱা উচৰ্গাৰ মনোভাৱৰ লগতে প্রাকৃতিক দুৰ্য্যোগৰ সময়ত নাগৰিকসকল...

January 15, 2025 8:32 PM

views 49

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে

বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে আজি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়া আৰু তেওঁৰ পুত্ৰ তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ শীৰ্ষ নেতা তাৰিক ৰহমানক দুৰ্নীতিৰ গোচৰৰ পৰা দোষমুক্ত কৰিছে। বাংলাদেশৰ মুখ্য ন্যায়াধীশ চৈয়দ ৰাফাৎ আহমেদৰ নেতৃত্বৰ এখন ৫ জনীয়া খণ্ড বিচাৰপীঠে ২০...

January 15, 2025 8:30 PM

views 38

দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ অভিযোগ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্রকাশ নাড্ডাই দেশক দুৰ্বল কৰিবলৈ কাম কৰি থকা শক্তিসমূহক কংগ্ৰেছ দলে সদায় সহায় কৰি আহিছে বুলি অভিযোগ কৰে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অনা অভিযোগসমূহৰ উত্তৰত শ্ৰীনাড্ডাই কয়, যে কংগ্ৰেছ নেতাজনে বিজেপি, আৰ এছ এছ আৰু সমগ্ৰ দেশখনৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধত লিপ্ত...

January 15, 2025 8:27 PM

views 48

মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ গুৰুত্ব

চৰকাৰে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত উপস্থিত থকা ভক্তসকলৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণসম্পন্ন খাদ্য যোগানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে। এই ব্যৱস্থাসমূহ সুনিশ্চিত কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক কৰ্তব্যত মকৰল কৰা হৈছে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে, এইবাৰৰ কুম্ভমেলাক ৫ টা ক্ষেত্র আৰু ২৫...